DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ গুলীত নিহত কুখ্যাত ‘লিকাৰ মাফিয়া’ মতি সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2021 10:52 am
a moti
226
VIEWS
Share on FacebookShare on Twitter

যোগী আদিত্যনাথৰ ৰাজ্যত আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰিলে কুখ্যাত লিকাৰ মাফিয়া মতি সিঙক।

কিছুদিন পূৰ্বে মদৰ কাৰখানা উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ চলাই মতি সিঙৰ লোকে হত্যা কৰিছিল।

উত্তৰ প্ৰদেশ আৰক্ষীৰ এজন কনিষ্টবলক। ৰাজ্য খনৰ কাশগঞ্জ জিলাৰ ধীমেৰগাঁৱত মতি সিঙে গঢ়ি তুলিছিল মদৰ অবৈধ কাৰখানা।

সেই কাৰখানা উচ্ছেদ কৰিবলৈ কিছুদিন পূৰ্বে গৈছিল আৰক্ষীৰ এটা দল। কিন্তু আৰক্ষীৰ দলটোক মতি সিঙৰ লোকে আক্ৰমণ কৰাত থিতাতে এজন কনিষ্টবল নিহত হৈছিল।

আহত হৈছিল আৰক্ষীৰ এজন উপ-পৰিদৰ্শক। এই ঘটনাই সমগ্ৰ ৰাজ্য খনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বহুতে আইন-শৃংখলাৰ অৱনতিৰ বাবে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক জবাবদিহি কৰিছিল।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লিকাৰ মাফিয়া মতি সিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

যোৱা নশিা আৰক্ষীৰ এটা বৃহৎ দলে মতি সিঙৰ মদৰ কাৰখানা থকা ধীমেৰগাঁও খন চাৰিও পিনৰ পৰা ঘেৰি ধৰে।

মতি সিঙৰ লোকে আৰক্ষীক লক্ষ্য কৰি গুলিচালনা কৰাৰ পিছত আৰক্ষীয়েও গুলিৰে প্ৰত্যুত্তৰ দিয়ে।

ফলত দুয়ো পক্ষৰ মাজত বহু সময় ধৰি সংঘৰ্ষ চলি থাকে।এই সংঘৰ্ষত মতি সিং নিহত হয়।

উল্লেখ্য কিছুদিন পূৰ্বে আৰক্ষীয়ে মতি সিঙৰ ভাতৃ লেকাৰৰো মৃত্যু ঘটিছিল।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd