• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিষয় কাশ্মীৰ: সাংসদ ত্ৰিমূৰ্তি দিলীপ-তপন-কুইন সহিতে সংবাদমেল ৰঞ্জিত দাসৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 9, 2019 6:05 pm
Kashmir Issue: Assam BJP president addresses press in Guwahati

সাংসদ ত্ৰিমূৰ্তি দিলীপ-তপন-কুইন সহিতে সংবাদমেল ৰঞ্জিত দাসৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰ বিষয়ক সংবিধানৰ ৩৭০নং প্ৰবন্ধ “বাতিলকৰণ” প্ৰসংগত নিজ দলৰ চৰকাৰৰ পদক্ষেপত পৰম আনন্দ প্ৰকাশেৰে শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে বিজেপি, অসমৰ সভাপতি ৰঞ্জিত দাসে।

সংবাদমেলত দাসে অসমৰ তিনি সাংসদ কুইন ওজা, তপন গগৈ আৰু দিলীপ শইকীয়াকো সংগী হিচাপে লয়।

Apply Now

দাসৰ মতে, (কাশ্মীৰত) সন্ত্ৰাসবাদ বৃদ্ধি হোৱাৰ “মূল কাৰণ আছিল ৩৭০ ধাৰা।”

এতিয়া এই প্ৰবন্ধ “বাতিল” হ’ল যেতিয়া, তেওঁৰ মতে, সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদ নিৰ্মূল হ’ব।

ৰঞ্জিত দাসে কয়, “অসম প্ৰদেশৰ লাখ লাখ কাৰ্যকৰ্তাৰ হৈ অভিনন্দন। ভাৰতীয় জনতা পাৰ্টীৰ কোটি কোটি সদস্যৰ মন দুখেৰে ভৰি আছিল। সকলোৱে ৩৭০ অনুচ্ছেদ কাশ্মীৰৰ পৰা বাতিল হোৱাটো বিচাৰি আছিল। শ্যামা প্ৰসাদ মুখাৰ্জীয়ে এক দেশ এক নিচান হোৱাটো বিচাৰিছিল।”

তেওঁৰ মতে, কিছুমান ৰাজনৈতিক দলে মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি আছে। “কাশ্মীৰত গৈ অন্য প্ৰান্তৰ লোকেও এতিয়া ভাৰতীয় সন্তান হিচাপ গৌৰৱ কৰিব পাৰিব।”

সাধাৰণ ব্যৱসায়ী, জনতায়ো “লাদাখৰ এই সিদ্ধান্তৰ শুভেচ্ছা জনাইছে” বুলি উল্লেখ কৰি তেওঁ কয় যে “৩৭০ temporary আইন আছিল। গতিকে অসমৰ লোকো বিৰোধীৰ কথাত ভুল নাযাবলৈ আহ্বান জনাইছো।”

সংবাদমেলত উপস্থিত প্ৰথমবাৰৰ সাংসদকেইজনেও সংসদত তেওঁলোকৰ অভিজ্ঞতা আৰু “বাতিলকৰণ” বিষয়টো সন্দৰ্ভত তেওঁলোকৰ বক্তব্য দাঙি ধৰে।

দিলীপ শইকীয়া:

এই ঐতিহাসিক ৩৭০ ধাৰা বন্ধ কৰাৰ সিদ্ধান্তৰ সোৱাদ প্ৰথমবাৰ সাংসদ হৈয়ে পালো। এই আইন আছিল অতি বৈষম্যমূলক। বহু বছৰ ধৰি এই বিষয়টো চৰ্চিত হৈ আছিল। পাকিস্তানে তৃতীয় পক্ষৰ দ্বাৰা জম্মু-কাশ্মীৰত হস্তক্ষেপ চলোৱাৰ চেষ্টা কৰি আছিল। এতিয়া এই সুযোগ পাকিস্তানক দিয়া নহ’ব। দেশৰ অন্য প্ৰান্তৰ লোকে লাভ কৰা সকলো অধিকাৰ জম্মু-কাশ্মীৰৰ লোকে লাভ কৰিব।

প্ৰায় ৭ লাখ কাশ্মীৰী পণ্ডিতৰ মুখত হাঁহি বিৰিঙিছে। প্ৰধান মন্ত্ৰীয়ে এই ঐতিহাসিক সিদ্ধান্তৰ জৰিয়তে জম্মু-কাশ্মীৰৰ একাংশ লোকৰ দাবী পূৰণ হ’ল।

১৫৩খন আইনৰ পৰিপন্থী বিধেয়কক কাশ্মীৰ সংশোধনী আইন ২০১৯ এ ধৰাশায়ী কৰিছে।

জম্মু-কাশ্মীৰৰ ডেৰ কোটি জনসাধাৰণে ভাৰতৰ বাসিন্দা বুলি কোৱাৰ সুযোগ লাভ কৰিছে। জম্মু-কাশ্মীৰৰ বিষয়টোত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ নাথাকিব।

জম্মু কাশ্মীৰৰ ১২খন জিলাৰ ৰাইজে নিজৰ মনৰ পছন্দৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব পাৰিব বিধানসভালৈ।

তৰুণ গগৈ, ৰাহুল গান্ধীকে ধৰি অন্য কংগ্ৰেছ নেতাৰ ওঁঠৰ ভাষা পাকিস্তানৰ লোকে কোৱা ভাষাৰ দৰে। গতিকে তেওঁলোকে নিজৰ ভাষা সলনি কৰিব লাগে।

তপন গগৈ:

এখন বৈষম্যমূলক আইন বাতিল কৰিবলৈ সক্ষম হ’ল। শ্যামা প্ৰসাদ মুখাৰ্জীৰ সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হ’ল নৰেন্দ্ৰ মোদী। লাদাখৰ সাংসদে কোৱাৰ দৰে তাৰ লোকে ৭২টা বছৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী কৰি আহিছিল। সেই সপোন আজি পূৰণ হ’ল।

কুইন ওজা:

আমি নিজকে ধন্য মানিছো। ৩৩খন বিল গৃহীত হৈছে লোকসভাত। এই বিল পাছ কৰোঁতে অসমৰ পৰা আটাইবোৰ উপস্থিত থাকিবলৈ চেষ্টা কৰিছিলো। আমাৰ মহিলাসকলক কথা কোৱাৰ সুযোগ দিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd