• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰি সমষ্টিবাসীৰ বাবে মুকলি কেজৰিৱালৰ ৫ টা গেৰাণ্টি : আপৰ সভাপতি মনোজ ধানোৱাৰৰ প্ৰচাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 11, 2024 8:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা চামগুৰি বিধান সভা সমষ্টিৰ আম আদমী পাৰ্টিৰ মনোনীত প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ হকে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।

আজি সমষ্টিটোৰ ২ নং ভাটীয়াখালিত অনুষ্ঠিত নিৰ্বাচনী সমাবেশত আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ হকে দুয়োগৰাকী নেতাই ভাষণ দিয়ে। সমষ্টিবাসীৰ সৰ্বাংগীন বিকাশ আৰু  পৰিবৰ্তনৰ স্বাৰ্থত আপৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।

Apply Now

সমষ্টিটোত অব্যাহত হিংসাৰ ৰাজনীতিৰ অৱসান আৰু কংগ্ৰেছ – বিজেপিৰ বিভেদৰ নীতিৰ বিৰুদ্ধে চামগুৰি বাসীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি আশা প্ৰকাশ কৰে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।

আনহাতে, আজি বৰ্মা বজাৰত আপৰ নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ আৰু প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীৰ উপস্থিতিত মুকলি কৰা হয় চামগুৰি বাসীৰ বাবে কেজৰিৱালৰ ৫ টা গেৰাণ্টি সম্বলিত কাৰ্ড।

সংবাদমেলত গেৰাণ্টি কাৰ্ড মুকলি কৰি দলৰ ৰাষ্ট্ৰীয় নেতা ৰাজেশ শৰ্মাই কয়, ” চামগুৰিৰ ৰাইজে হিংসা – সন্ত্ৰাস নিবিচাৰে। দীৰ্ঘদিনে সমষ্টিটোত প্ৰতিনিধিত্ব কৰা কংগ্ৰেছ হতাশ হৈছে। তেওঁলোকে উন্নয়নৰ ক্ষেত্ৰতো বিফল হৈছে । সেইবাবেই আমি আম আদমী পাৰ্টিয়ে  কেজৰিৱালৰ ৫ টা গেৰাণ্টি মুকলি কৰিছোঁ। আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী বিজয়ী এই গেৰাণ্টি আমি ৰূপায়ন কৰিম।”

দলৰ প্ৰাৰ্থী চৌধুৰীয়ে গেৰাণ্টি কাৰ্ডত উল্লেখ কৰা অনুসৰি কাম কৰাৰ আশ্বাস দিয়ে। উল্লেখ্য যে চামগুৰিৰ ৰাইজৰ বাবে মুকলি কৰা এই গেৰাণ্টি কাৰ্ডত সমষ্টিটোত উন্নত মানৰ শিক্ষানুষ্ঠান নিৰ্মাণ, সকলো সুবিধা থকা হাস্পতাল নিৰ্মাণ, পথ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন, ভয়-ভাবুকিৰ পৰিবেশৰ অৱসান আৰু চৰকাৰী কাৰ্যালয়ত কামৰ পৰিবেশ নিকা, দুৰ্নীতিমুক্ত কৰাৰ লগতে দালাল ৰাজৰ অৱসান সুনিশ্চিত কৰিব। লক্ষ্যণীয় বিষয় যে যি সময়ত চামগুৰি বিধান সভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ নেতা কৰ্মী সকলে নিৰ্বাচনী প্ৰচাৰৰ নামত হিংসা, সন্ত্ৰাসৰ ভয়াবহ পৰিস্হিতিৰ সৃষ্টি কৰিছে, তেনে সময়তে আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰীয়ে শান্তিপূৰ্ণভাৱে নিৰ্বাচনী প্ৰচাৰ সম্পন্ন কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd