• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত যোৰহাট জিলা কেওট জাতীয় পৰিষদৰ ত্রি-বাৰ্ষিক অধিবেশন সম্পন্ন

NE NOW NEWS নীৰ্মলেন্দু পাঠক
টীয়ক , March 7, 2021 5:58 pm

1 min read

Screenshot_2021-03-07-16-19-35_1(1)
146
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ গুৱালগাঁও স্থিত ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত দেওবাৰে যোৰহাট জিলা কেওট জাতীয় পৰিষদৰ ত্রি-বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হয়।

পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতে এখনি প্ৰতিনিধি সভাৰ আয়োজন কৰা হয়।

যোৱা তিনিটা বছৰৰ পূৰ্বে মাজুলীত পোন প্ৰথম বাৰৰ বাবে গঠিত হোৱা কেওট জাতীয় পৰিষদে নানা ঘাট প্ৰতিঘাটৰ মাজেৰে আজি গৌৰৱোজ্জ্বল তিনিটা বৰ্ষত ভৰি দিয়ে বুলিও জানিবলৈ দিয়ে কাৰ্যকৰী সভাপতি মুকুল বৰাই।

আজিৰ ত্রি-বাৰ্ষিক অধিবেশনতে টীয়ক অঞ্চলৰ সামাজিক ক্ষেত্ৰখনত বিশেষ অৰিহণা আগবঢ়াই অহা দুজন বিশিষ্ট ব্যক্তি ক্ৰমে হিমেন ভট্টাচাৰ্য্য আৰু শতায়ু গৰকা ৰত্নেশ্বৰ শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত কেওট জাতীয় পৰিষদৰ কেন্দ্ৰীয় তথা জিলাৰ প্ৰায়সংখ্যক বিষয়ববীয়াৰ উপস্থিত থাকি কেওট জাতীয় পৰিষদৰ আগন্তুক কাৰ্যপন্থাৰ ওপৰত বিশেষভাবে আলোকপাত কৰি জাতীটোৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিককে ধৰি প্ৰতিটো ক্ষেত্ৰতে সৰ্বাংগীণ উন্নতিৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হয়।

উল্লেখযোগ্য যে দেশ তথা জাতিটোৰ বাবে যিসকল প্ৰতিনিধিয়ে কাম কৰাৰ মানসিকতা ৰাখিব তেনে প্ৰতিনিধিকে আগন্তুক নিৰ্বাচনত পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে।

Recent News

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd