• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰম্বনা! কেৰালা বিজেপিয়ে প্ৰচাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰক উৎখাত কৰিবলৈ আহ্বান জনোৱা গীত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 23, 2024 9:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতিৰ বোকাত পোত গৈ থকা কেন্দ্ৰীয় চৰকাৰখনক উৎখাত কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনকল্যাণমূলক প্ৰকল্পৰ প্ৰচাৰ কৰিছে কেৰেলাৰ বিজেপিয়ে! এই হাস্যকৰ ঘটনাত গভীৰ অস্বস্তিত পৰিছে কেৰালা বিজেপি ইউনিট।

লোকসভা নিৰ্বাচনৰ পূৰ্বে কেৰালা বিজেপিয়ে প্ৰধানমন্ত্ৰী মোডীৰ কল্যাণমূলক আঁচনিসমূহ সাধাৰণ জনতাৰ আগত প্ৰচাৰ কৰিবলৈ ৰাজ্যব্যাপী পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছে। এই পদযাত্ৰাত বেকগ্ৰাউণ্ড গীত হিচাপে মালয়ালম গীত এটা ব্যৱহাৰ কৰা হৈছে । গীতটোত কোৱা হৈছে যে দুৰ্নীতিৰ বাবে পৰিচিত কেন্দ্ৰীয় চৰকাৰখন ধ্বংস কৰিবলৈ আমাৰ সৈতে যোগদান কৰক।”

Apply Now

এই গীতটো প্লে কৰি কেৰালা বিজেপিৰ পদযাত্ৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰছে ছ’চিয়েল মিডিয়াত। নেটিজেনৰ হাস্যকৰ মন্তব্যৰ পিছতে এই বিষয়টো দলটোৰ ৰাজ্যিক নেতৃত্বৰ দৃষ্টিগোচৰ হয়।

সংবাদ মাধ্যম ডেকান হেৰাল্ডে প্ৰকাশ কৰা অনুসৰি, শীৰ্ষ নেতৃত্বই এই কাণ্ডৰ বাবে দায়ী ৰাজ্যিক আই টি কোষৰ নেতাসকলৰ পৰা উত্তৰ বিচাৰিছে।

কেৰালা বিজেপিৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ জাভাড়েকাৰে এই বিষয় সন্দৰ্ভত কয় যে ২০১৩ চনত ইউ পি এ চৰকাৰৰ বিৰুদ্ধে এটা গীত নিৰ্মাণ কৰা হৈছিল। কেৰালা বিজেপিৰ পদযাত্ৰাৰ সময়ত ভুলবশত সেই গীততো বজোৱা হ’ল। এনে ভুল সংবাদ মাধ্যমকে ধৰি যিকোনো প্ৰতিষ্ঠানতে ঘটে।”

তেওঁ আৰু কয়, ‘২০১৯ চনত বহু কেৰালাবাসীয়ে বিশ্বাস কৰিছিল যে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’ব। কিন্তু এতিয়া সকলো কেৰেলাবাসীয়ে ভাবে যে ২০২৪ চনত পুনৰ প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোডী। ইয়াৰ কাৰণ হ’ল দেশৰ অগ্ৰগতি আৰু কেৰালাত কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ গ্ৰহণ কৰা নিৰ্দিষ্ট সমাজ কল্যাণমূলক ব্যৱস্থা।”

এই ভিডিঅ’টোৰ উপৰিও কেৰেলা বিজেপিৰ সভাপতি কে. সুৰেন্দ্ৰনৰ এখন পোষ্টাৰক লৈ বিতৰ্কৰ সৃষ্টি হয়, য’ত সুৰেন্দ্ৰনে ৰাজ্যৰ “অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ নেতা”ৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব।নেটিজেনসকলৰ মতে কেৰেলা এনে এখন ৰাজ্য য’ত জাতিগত বৈষম্য নাই। এনে পোষ্টাৰেৰে দলিত আৰু জনজাতীয় লোকক অৱমাননা কৰা হয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd