DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাৱাটৰ মৃত্যুত আনন্দ প্ৰকাশ! ক্ষোভত ইছলাম ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত কেৰালাৰ পৰিচালকৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 11, 2021 8:08 pm
651
VIEWS
Share on FacebookShare on Twitter

ভয়ংকৰ হেলিকপ্তাৰ দুৰ্ঘটনাত চিডিএছ বিপিন ৰাৱাট, তেওঁৰ পত্নীকে ধৰি মুঠ ১৩ জন লোকৰ মৃত্যু হোৱাৰ ঘটনাই ভাৰতৰ লগতে বিশ্বজুৰি শোকৰ ছাঁ পেলোৱাৰ সময়তে একাংশ লোকে আকৌ ৰাৱাটৰ মৃত্যুত আনন্দ প্ৰকাশ কৰাৰ দৰে নিকৃষ্ট কাণ্ডতো জৰিত হৈ পৰিছে।

ইতিমধ্যে আৰক্ষীয়ে ৰাৱাটৰ মৃত্যুত ছ’চিয়েল মিডিয়াত স্মাইলী চিহ্ন দিয়া একাধিক লোকক গ্ৰেপ্তাৰো কৰিছে।

সমাজৰ একাংশ লোকৰ , বিশেষকৈ এটা বিশেষ ধৰ্মৰ একাংশ লোকে ৰাৱাটৰ মৃত্যুত ছ’চিয়েল মিডিয়াত আনন্দ প্ৰকাশ কৰা ঘটনাত গভীৰ দুখ অনুভৱ কৰিছে কেৰালাৰ প্ৰখ্যাত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি পৰিচালক আলি আকবৰে।

একাংশ ইছলামধৰ্মীলোকে ৰাৱাটৰ মৃত্যুত ছ’চিয়েল মিডিয়াৰ পোষ্টত স্মাইলী চিন দিয়াৰ প্ৰতিবাদতে আলি আকবৰ আৰু তেওঁৰ পত্নী লাকিআম্মাই ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লৈছে।

এই বিষয়ে প্ৰসিদ্ধ পৰিচালকগৰাকীয়ে এটা ভিডিঅ’ত এইবুলি কৈছে যে জন্মৰ পিছৰে পৰাই তেওঁ যি ধৰ্মৰ ওপৰত আস্থা ৰাখি আহিছিল সেই ধৰ্মৰেই একাংশ লোকে এনে আচৰণ কৰাত তেওঁ মৰ্মাহত হৈছে।

সেয়ে তেওঁ আৰু তেওঁৰ পত্নীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লৈছে।

ৰাৱাটৰ মৃত্যুত আনন্দ প্ৰকাশ কৰা সকলক তেওঁ দেশদ্ৰোহী আখ্যাও দিয়ে। উল্লেখ্য ৰাৱাটৰ মৃত্যুৰ পিছতে পৰিচালক আলি আকবৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল।

সেই পোষ্টৰ কমেণ্টত বহুতে সমবেদনা জনোৱাৰ লগতে বহুতে আকৌ স্মাইলী চিন দিছিল। স্মাইলী চিন দিয়াসকল আছিল বিশেষ ধৰ্মৰ লোক ।

সেই ক্ষোভতে পৰিচালক আকবৰ আৰু তেওঁৰ পত্নীয়ে নিজৰ ধৰ্মই ত্যাগ কৰিব বুলি ঘোষণা কৰিছে।

Recent News

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd