• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হিন্দু নোহোৱাৰ বাবেই অনুষ্ঠান বাতিল: মন্দিৰ কৰ্তৃপক্ষক সমাধানৰ পথ উলিয়াবলৈ নিৰ্দেশ কেৰালা চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2022 8:39 pm
Kerala temple bars artist over religion
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেৰালাৰ কুদালমানিক্যম মন্দিৰ কৰ্তৃপক্ষই হিন্দু ধৰ্মীয় নোহোৱাৰ বাবেই প্ৰখ্যাত ভাৰত নাট্যম শিল্পী মানচিয়াৰ এক অনুষ্ঠান বাতিল কৰাৰ পাছত শিল্পী গৰাকীৰ সমৰ্থনত অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লৈছে আন কেইবাগৰাকীও শিল্পীয়ে। ইয়াৰ পাছতেই এই বিষয়ত হস্তক্ষেপ কৰিছে কেৰালা চৰকাৰে।

কেৰালাৰ মন্ত্ৰী কে ৰাধাকৃষ্ণনে ঘটনা সন্দৰ্ভত কুদালমানিক্যম মন্দিৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি নৃত্য উৎসৱ সম্পৰ্কীয় সকলো সমস্যাৰ সম্ভাৱ্য সমাধান বিচাৰি বৈদিক মুৰব্বীৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায়।

Apply Now

মন্ত্ৰী গৰাকীয়ে মন্দিৰ কৰ্তৃপক্ষক ১৫ ৰ পৰা ২৫ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় নৃত্য আৰু সংগীত মহোৎসৱত ভাৰতনাট্যম নৃত্যশিল্পী মানচিয়া ভিপিক অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুমতি দিয়াৰ উপায় সোনকালে বিচাৰি উলিয়াবলৈ আহ্বান জনায়।

উল্লেখ্য যে মন্দিৰ কৰ্তৃপক্ষই প্ৰথমে অনুষ্ঠানত মানচিয়াৰ অংশগ্ৰহণ নিশ্চিত কৰিছিল যদিও পিছত শিল্পীগৰাকীয়ে ধৰ্মীয় পৰিচয় দিবলৈ অস্বীকাৰ কৰাৰ বাবে কৰ্তৃপক্ষই অনুষ্ঠান বাতিল কৰিছিল।

মন্দিৰৰ পৰম্পৰা আৰু ৰীতি-নীতিয়ে এগৰাকী অ-হিন্দু নৃত্যশিল্পীৰ অংশগ্ৰহণৰ অনুমতি নিদিয়ে বুলি মন্দিৰ কৰ্তৃপক্ষই যুক্তি দিছিল।

ঘটনা সন্দৰ্ভত কেৰালাৰ মন্ত্ৰী কে ৰাধাকৃষ্ণণে কয়, “মানচিয়াক মন্দিৰৰ মঞ্চত প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়া উচিত। এয়া জনসাধাৰণৰ ইচ্ছা। আনকি হিন্দু সংগঠন আৰু বিজেপি নেতাসকলেও তেওঁৰ প্ৰতি সমৰ্থনত আগবঢ়াইছে।”

“যদি ধৰ্মই সিদ্ধান্ত লয় যে কেৱল তেওঁলোকৰ সম্প্ৰদায়ৰ সদস্যসকলকহে মন্দিৰ, গীৰ্জা আৰু মছজিদত প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়া উচিত, তেন্তে শিল্পীসকলে কি কৰিব? কলাৰ কোনো ধৰ্ম থাকিব নালাগে।” ৰাধাকৃষ্ণনে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd