DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

অজৈৱ আৱৰ্জনা সংগ্ৰহৰ বাবে মোবাইল এপ্লিকেশ্যন আৰম্ভ কৰিব কেৰালা চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 8:03 pm
Kerala govt to launch mobile app for waste disposal
161
VIEWS
Share on FacebookShare on Twitter

উন্নয়নৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰা বাঁওপন্থী শাসিত ৰাজ্য কেৰালাই আন এক চমক দিবলৈ সাজু হৈছে।

স্থানীয় স্ব-শাসিত সংস্থাসমূহত অজৈৱ আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থা উন্নত কৰাৰ বাবে এটা মোবাইল এপ্লিকেশ্যন আৰম্ভ কৰিব কেৰালা চৰকাৰে। স্মাৰ্ট আৱৰ্জনা সংগ্ৰহৰ মোবাইল এপটো আৰম্ভণিতে ছয়খন পৌৰ নিগম, ৭০ পৌৰসভা আৰু ৩০০ খন গাওঁ সংস্থাত মুকলি কৰা হ’ব।

স্থানীয় স্ব-চৰকাৰ বিভাগৰ মন্ত্ৰী এম ভি গোবিন্দন মাষ্টাৰে কয় যে আঁচনিখনে আৱৰ্জনা নিষ্কাশন অধিক কাৰ্যকৰী কৰি তুলিব। প্ৰতিটো পৰিয়ালৰ পৰা সংগ্ৰহ কৰা অজৈৱ আৱৰ্জনাৰ পৰিমাণ নিৰীক্ষণ কৰিবলৈ আৰু আৱৰ্জনাবোৰ কেনেদৰে শোধন কৰিব লাগিব বৰ্ণনা কৰিবলৈ এপটো ব্যৱহাৰ কৰা হ’ব।

সকলো পৰিয়ালক প্ৰদান কৰা QR কোডবোৰ উৎপন্ন হোৱা আৱৰ্জনাৰ বিৱৰণ প্ৰাপ্ত কৰিবলৈ ব্যৱহাৰ কৰা হ’ব বুলি তেওঁ লগতে কয়।

এই প্ৰণালীয়ে সকলো স্থানীয় সংস্থা আৰু বিভাগক আৱৰ্জনা সংগ্ৰহ অনুসৰণ কৰিবলৈ সক্ষম কৰিব, যিটো ৰাজ্যৰ দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণ কাৰ্যসূচী ‘কুদুম্বাশ্ৰী মিছন’ৰ স্বেচ্ছাসেৱকসকলৰ দ্বাৰা কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে কয় যে হৰিতা কৰ্মসেনা নামেৰে জনাজাত স্বেচ্ছাসেৱকসকলক প্ৰকল্পটোৰ অংশ হিচাপে স্মাৰ্টফোন প্ৰদান কৰা হ’ব। তেওঁলোকক কেৰালা ৰাজ্যিক ইলেক্ট্ৰনিক্স উন্নয়ন নিগমে সমৰ্থন কৰিব।

Recent News

Orang National Park

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰে সংঘৰ্ষত নিহত সন্দেহজনক চোৰাং চিকাৰী

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Assam Career

Assam Career : ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানত বিভিন্ন পদ খালী, কিদৰে কৰিূব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd