• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাক্ষৰতাৰ হাৰত প্ৰথম পাঁচ ৰাজ্যৰ ভিতৰত অসম, শীৰ্ষত কেৰালা, অন্ধ্ৰত সৰ্বনিম্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2020 1:18 pm
girl-998988_1920_1
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাক্ষৰতাৰ হাৰত অসমৰ স্থান আন কেইবাখনো ৰাজ্যৰ ভিতৰত যথেষ্ট উন্নত হৈছে।

৮৫ শতাংশতকৈ ওপৰত সাক্ষৰতাৰ হাৰ অৰ্জন কৰা প্রথম পাঁচখন ৰাজ্যৰ ভিতৰতে অসমেও স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

Apply Now

নেছনেল ষ্টেটিষ্টিকেল অফিছ( NSO) ই প্ৰকাশ কৰা সাক্ষৰতাৰ প্ৰতিবেদন অনুসৰি অসমত সাক্ষৰতাৰ হাৰ হৈছে ৮৫.৯ শতাংশ।

৯৬.২ শতাংশ সাক্ষৰতাৰ হাৰেৰে এইবাৰো কেৰালাই সাক্ষৰতাৰ তালিকাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

সাক্ষৰতাৰ দিশত দেশৰ ভিতৰতে সৰ্বনিম্ন স্থানত থকা ৰাজ্য খন হৈছে অন্ধ্ৰপ্ৰদেশ।

অন্ধ্ৰপ্ৰদেশত এইবেলি সাক্ষৰতাৰ হাৰ ৬৬.৪ শতাংশ।

আনহাতে ৮৮.৭ শতাংশ সাক্ষৰতাৰ হাৰেৰে তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে দিল্লীয়ে।

বিহাৰৰ সাক্ষৰতাৰ হাৰ তেলেংগানাতকৈও কম।

বিহাৰত এই হাৰ ৭০.৯ হোৱাৰ বিপৰীতে তেলেংগানাত ৭২.৮ শতাংশ।

একেদৰে কৰ্ণাচকত ৭৭.২,উত্তৰাখণ্ডত ৮৭.৬, হিমাচল প্ৰদেশত ৮৬.৬,উত্তৰ প্ৰদেশত ৭৩.০,ৰাজস্থানত ৬৯.৭ শতাংশ হৈছে।

সমগ্ৰ দেশতে এইবাৰ পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮৪.৭ শতাংশ হোৱাৰ লগতে মহিলাৰ সামগ্ৰীক সাক্ষৰতাৰ হাৰ হৈছে ৭০.৩ শতাংশ।

কেৰালাত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰৰ মাজত থকা ব্যৱধান হৈছে দেশৰ ভিতৰতে সৰ্বনিম্ন।

কেৰালাত এই ব্যৱধান হৈছে ২.২ শতাংশ।

সৰ্বভাৰতীয় প্ৰেক্ষাপটত পুৰুষ-মহিলাৰ সাক্ষৰতাৰ হাৰৰ মাজৰ ব্যৱধান ১৪.৪ শতাংশ।

একেদৰে গাওঁ আৰু চহৰৰ মাজত থকা সাক্ষৰতাৰ হাৰৰ ক্ষেত্ৰত কেৰালাতেই সৰ্বনিম্ন হাৰ ১.৯ শতাংশ হৈছে।

গাওঁ আৰু চহৰৰ মাজত সাক্ষৰতাৰ হাৰৰ সৰ্বাধিক ব্যৱধান থকা ৰাজ্ খন হৈছে তেলেংগানা।

তেলেংগানাত গাঁৱতকৈ চহৰৰ সাক্ষৰতাৰ হাৰ ২৩.৪ শতাংশ বেছি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd