• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দ্বিতীয় টেষ্টত বিজয়ী টীম ইণ্ডিয়াক ব্যংগাত্মক শুভেচ্ছা কেভিন পিটাৰছনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2021 9:56 am
199
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ড ক্ৰিকেট টীমৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা বেটছমেন কেভিন পিটাৰছনে চিৰিজৰ দ্বিতীয়খন টেষ্টমেচত বিজয়ী ভাৰতীয় দলটোলৈ এটা বিশেষ শুভেচ্ছাবাণী টুইট কৰিছে।

হিন্দীত লিখা টুইটটোত তেওঁ পৰাজীত ইংলেণ্ডৰ স্কোৱাদ ইংলেণ্ডৰ ‘বি টীম’ হিচাপে অভিহিত কৰি ভাৰতীয় অনুৰাগীসকলক জোকাই লৈছে।

“বাধাই হো ইণ্দিয়া, ইংলেণ্ড বি কো হাৰানে কে লিয়ে’’- পিটাৰছনে লিখিছে।

Badhai ho india 🇮🇳,England B Ko harane ke liye 😉

— Kevin Pietersen🦏 (@KP24) February 16, 2021

টুইটটোৰ প্ৰত্যুত্তৰত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৱাছিম জাফৰে ব্যংগ কৰি কৈছে যে দক্ষিণ আফ্ৰিকাৰ পৰা আমদানি নকৰাকৈ ইংলেণ্ডৰ টীমটো শক্তিশালী হ’ব পাৰেনে!

উল্লেখযোগ্য যে জন্মসূত্ৰে কেভিন পিটাৰছন দক্ষিণ আফ্ৰিকাৰ আৰু ইংলেণ্ডৰ হৈ তেওঁ টেষ্টত আঠ হেজাৰৰো অধিক ৰাণ কৰিছিল।

ইয়াৰ পাছতে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ ৰটেচন পদ্ধতিক সমালোচনা কৰি তেওঁ কয় যে এটা বৃহৎ চিৰিজৰ বাবে ব’ৰ্ডৰ এই কাৰ্য কিমান দূৰ গ্ৰহণযোগ্য হ’ব পাৰে!

উল্লেখযোগ্য যে দ্বিতীয় টেষ্টৰ পাছত ইংলেণ্ডৰ অভিজ্ঞ অলৰাউণ্ডাৰ ময়িন আলিৰ নাম ৰটেচন পদ্ধতি অনুসৰি ব’ৰ্ডে কৰ্তন কৰিছে, যিটো পিটাৰছনে সমালোচনা কৰিছে।

তদুপৰি এই পদ্ধতি অনুসৰি দ্বিতীয় টেষ্টখনৰ পৰা ইংলেণ্ডৰ তাৰকা ফাষ্টবলাৰ জেমছ এণ্ডাৰছন আৰু ডম বেছক আঁতৰাই ৰখা হৈছিল।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd