• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ বিস্ফোৰণৰ মূল নায়ক আলফা কেডাৰ বিজয় অসমক গ্ৰেপ্তাৰ; সহায় কৰিলে চিকিৎসা লোৱা চিকিৎসালয়ৰ ভিডিঅ’ ফুটেইজে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2019 6:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“গুৱাহাটী চেণ্ট্ৰেল”ৰ বিস্ফোৰণৰ মূল অভিযুক্ত তথা আলফা স্বাধীনৰ কেডাৰ বিজয় অসমক আজি তিনিচুকীয়াৰ ডুমডুমাৰ পৰা গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।

প্ৰায় এক ডজন লোক আহত হোৱা ১৫ মে’ৰ বিস্ফোৰণটোত বিজয় অসমেই গ্ৰেনেডটো দলিয়াইছিল বুলি অসম আৰক্ষীয়ে সন্দেহ কৰি আহিছে। যোৱা ১৮ মে’ত গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে বিজয় অসম জড়িত থকাৰ কথা সংবাদমেলত সদৰী কৰিছিল।

Apply Now

বিজয় অসমে বিস্ফোৰণৰ দুই-এদিন পূৰ্বে চিকিৎসা লোৱা গুৱাহাটী মহানগৰীৰ ডাউন টাউন হস্পিটেলৰ এটা চি চি টিভি ফুটেইজে এই ক্ষেত্ৰত তদন্তকাৰী আৰক্ষীক সহায় কৰে।

গুৰুত্বপূৰ্ণ ভিডিঅ’ ফুটেইজটোত দেখা যায়, চিকিৎসালয়খনৰ পৰা ওলাই যাওঁতে বিজয় অসম বুলি চিহ্নিত যুৱকজনক এজন পুৰুষ আৰু এগৰাকী মহিলাই সংগ দিয়ে। দুয়োজন ব্যক্তিৰ ক্ৰমে প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ সৈতে চেহেৰাৰ সাদৃশ্য দেখা গৈছে।

দুধৰ্ষ কেডাৰজনৰ গ্ৰেপ্তাৰে ঘটনাটোৰ তদন্তত অসম আৰক্ষীয়ে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। বিস্ফোৰণটোত জড়িত থকাৰ অভিযোগত ইতিপূৰ্বে ৫জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোক আছিল, আলফা নেতা প্ৰাণময় ৰাজগুৰু, সহায়কাৰী তথা সমৰ্থক জাহ্নৱী শইকীয়া, প্ৰাক্তন আলফা গোলাঘাটৰ অমিত বল্লভ গোস্বামী, নগাঁৱৰ ইন্দ্ৰমোহন বৰা আৰু গুৱাহাটীৰ চিন্ময় লহকৰ।

গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে নৰ্থ-ইষ্ট নাওৰ আগত কয়, “কেৱল মহানগৰ আৰক্ষীয়ে নহয়, নগাঁও, ডিব্ৰুগড়, গোলাঘাট, চৰাইদেউ আৰু তিনিচুকীয়া জিলাৰ আৰক্ষী মিলি অপৰাধীক কৰায়ত্ত কৰা হৈছে। ঘটনাৰ তদন্ত প্ৰায় শেষ পৰ্যায় পাইছেহি”

কাইলৈ বিজয় অসমক গুৱাহাটীলৈ অনা হ’ব। জানিব পৰামতে, বিজয় অসম কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd