• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫০ টা পৰিৱৰ্তনেৰে সংশোধন কৰা হ’ব দীৰ্ঘ প্ৰতীক্ষাৰত শ্ৰম বিধেয়ক!

ষ্টেণ্ডিং কমিটিয়ে ইতিমধ্যে শ্ৰমিক বিলখনৰ সন্দৰ্ভত ৫৬ টা সংশোধনীৰ পৰাৰ্মশ আগবঢ়াইছে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2020 2:39 pm
operations-at-the-jindal-stainless-ltd-plant_23786cca-6234-11ea-bf5c-d064e47554d2

প্ৰতিনিধিত্বমূলক ফ'টো, সৌজন্য-ইন্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫০ টা পৰিৱৰ্তনেৰে সংশোধন কৰা হ’ব দীৰ্ঘ প্ৰত্যাশিত শ্ৰম বিধেয়ক!

সংসদৰ ষ্টেণ্ডিং কমিটিয়ে ইতিমধ্যে শ্ৰমিক বিলখনৰ সন্দৰ্ভত ৫৬ টা সংশোধনীৰ পৰাৰ্মশ আগবঢ়াইছে।

Apply Now

জীৱিকাৰ নিৰাপত্তা, স্বাস্থ্য আৰু কৰ্মৰ নিশ্চিতিকৰণ কোড আদিকে কৰি প্ৰায় ৫০ টা সংশোধনী কৰা হ’ব ধাৰণা কৰা হৈছে।

বিলখন অধ্যয়নৰ পিছত ষ্টেণ্ডিং কমিটিৰ পেনেলে চৰকাৰক ৫৬ টা সংশোধনী পৰামৰ্শৰ অন্ততঃ ৫০ টা অন্তভুৰ্ক্ত কৰিব আশা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বিজু জনতা দলৰ নেতা ভাৰ্ট্ৰুহাৰী মেহতাব নেতৃত্বাধীন ষ্টেণ্ডিং কমিটিয়ে যোৱা ১১ ফেব্ৰুৱাৰীত বিলখনৰ প্ৰতিবেদন দাখিল কৰিছিল।

নাম প্ৰকাশত অনিচ্ছুক এক সূত্ৰৰ মতে বিলখনৰ সংশোধনীত অ’ এছ এইছ কোডকে আদি কৰি বিলখনত বিভিন্ন সংশোধনী তথা পৰিৱৰ্তন আহিব।

দক্ষ আৰু অদক্ষ শ্ৰমিকৰ মজুৰি সম্পৰ্কীয়, মহিলা শ্ৰমিকৰ খাদ্যৰ যোগান নিশ্চিতকৰণ আদিয়ো পৰিৱৰ্তন কৰা হ’ব বুলি ধাৰণা কৰা হৈছে।

শ্ৰমিক আৰু কৰ্মচাৰীৰ মাজত থকা বৃত্তিগত ব্যৱধান এই বিলে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

বিভিন্ন প্ৰতিষ্ঠানত কৰ্মচাৰীৰ বাবে কেন্টিন, জিৰণী চ’ৰা ব্যৱস্থা থকাৰ দৰে শ্ৰমিকসকলৰ বাবে ৰাজহুৱা আৰু ব্যক্তিখণ্ডৰ লঘু, মধ্যম আৰু গুৰু আদি সকলো কাৰখানা তথা উদ্যোগতে এইসমূহ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি সূত্ৰত প্ৰকাশ।

ষ্টেণ্ডিং কমিটিখনে শ্ৰমিকৰ কৰ্তব্যৰ সময় ৮ ঘণ্টা নিশ্চিত কৰাৰ বাবেও পৰামৰ্শ আগবঢ়াইছে। বিশেষকৈ ছফ্টবেৱৰ কোম্পানীসমূহৰ শ্ৰমিক আৰু কৰ্মচাৰীক দৈনিক ৮ ঘন্টাতকৈ অধিক সময় ডিউটী কৰিবলৈ বাধ্য কৰা দেখা যায়।

শ্ৰমিকৰ স্বাস্থ্য, ছুটি, অ’ভাৰ টাইম, বন্ধদিন আদিৰ ক্ষেত্ৰত ব্যাপক সংশোধনী আনি শ্ৰমিকৰ কল্যাণৰ বাবে বিলখনত ব্যৱস্থা কৰা হৈছে বুলি নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ পাইছে।

অৱেশ্যে শ্ৰমিক কল্যাণৰ বাবে বিলখনত যথেষ্ট উপবন্ধ থাকিব যদিও সেইসমূহ কাৰ্যকৰী কৰিলেহে সেয়া সঁচা অৰ্থত শ্ৰমিকসকল উপকৃত হ’ব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd