• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধ হ’ব কে এফ চিকে ধৰি কেইবাখনো দামী ৰেষ্টুৰেণ্ট : আদিত্যম বিল্ডিঙৰ বিৰুদ্ধে কঠোৰ গুৱাহাটী পৌৰ নিগম

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2018 10:19 pm
KFC
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব লগীয়া বিল্ডিঙৰ ক্ষেত্ৰত নিৰ্ধাৰিত বাধ্যতামূলক কেইবাটাও চৰ্ত আৰু অনুমোদনৰ খেলিমেলিৰ বাবে মহানগৰীৰ মাজমজিয়া উলুবাৰীত থকা আদিত্যম বিল্ডিঙৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সাজু হৈছে গুৱাহাটী পৌৰ নিগম।

মন কৰিব লগীয়া কথাটো হ’ল গুৱাহাটী পৌৰ নিগমৰ নিয়ম অৱজ্ঞা কৰা জি এছ ৰ’ডৰ এই বৃহ অট্টালিকাটোত কে এফ চি-কে ধৰি আছে তিনিখনকৈ দামী ৰেষ্টুৰেণ্ট।

Apply Now

আনহাতে সূত্ৰটোৱে জনোৱামতে, এই ৰেষ্টুৰেণ্টকেইখনৰ নামত থকা অনুজ্ঞাপত্ৰতো খেলিমেলি আছে। জানিব পৰামতে, ডিপাৰ্টমেণ্টেল ৰেষ্টুৰেণ্টৰ নামত অনুজ্ঞাপত্ৰ উলিয়াই ৰেষ্টুৰেণ্ট চলাই আছে কৰ্তৃপক্ষই।

খোলাৰ বাবে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ গুৱাহাটী পৌৰ নিগমৰ পৰা ব্যৱসায়িক স্থান বন্ধ হ’ব পাৰে উলুবাৰীৰ আদিত্যম বিল্ডিং : ডিপাৰ্টমেণ্টেল ষ্ট’ৰৰ বাবে অনুমতি লৈ চলাই আছে দামী ৰেষ্টুৰেণ্ট

আন এটা অসমৰ্থিত সূত্ৰই দাবী কৰে যে পৌৰ নিগমে এনেকুৱা অবৈধ আন বহুতো অবাণিজ্যিক অট্টালিকা, যিবোৰত বাণিজ্যিক কামকাজ চলি আছে, আৰু ভুল তথ্য যোগান ধৰি পৌৰ নিগমৰ পৰা ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ উলিয়াই ব্যৱসায় চলাই থকা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলাবলৈ সাজু হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd