• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাংলাদেশলৈ উভতিব লণ্ডনত চিকিৎসা গ্ৰহণ কৰি থকা খালেদা জিয়া, কাটাৰে কৰিছে বিশেষ বিমানৰ ব্যৱস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2025 9:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডনত প্ৰায় চাৰি মাহ চিকিৎসাৰ অন্তত ঘৰলৈ উভতি আহিব বিএনপিৰ অধ্যক্ষ খালেদা জিয়া। অহা সপ্তাহত লণ্ডনৰ পৰা বোৱাৰী দুগৰাকীৰ সৈতে ঢাকালৈ উভতি অহাৰ কথা। শনিবাৰে ঢাকাৰ গুলছানত থকা দলটোৰ কাৰ্যালয়ত এখন সংবাদমেলত এই মন্তব্য কৰে বিএনপিৰ সচিব প্ৰধান মিৰ্জা ফখৰুল ইছলামে। অৱশ্যে সচিব প্ৰধানগৰাকীয়ে কয় যে সঠিক সময় এতিয়াও নিশ্চিত হোৱা নাই। দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, লণ্ডনত চিকিৎসাধীন হৈ থকা খালেদা জিয়া বৰ্তমান সুস্থ। বাংলাদেশৰ নিৰ্বাচনী পৰিবেশৰ মাজতে ঘৰলৈ উভতি আহি ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবনে, সেই প্ৰশ্নটো এতিয়াও ৰৈ গৈছে।

বিএনপিৰ সূত্ৰ অনুসৰি কাটাৰৰ আমিৰে প্ৰদান কৰা বিশেষ বিমান (এয়াৰ এম্বুলেন্স)ৰে ঘৰলৈ উভতি আহিব খালেদা জিয়া। পূৰ্বে বিএনপিয়ে জনাইছিল যে দেওবাৰে সন্ধিয়া লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰৰ পৰা বাংলাদেশ বিমান বিমানেৰে দেশলৈ ৰাওনা হ’ব খালেদা জিয়া। তেওঁৰ দুই বোৱাৰী জুবাইদা ৰহমান আৰু ছ্যেদা শৰ্মিলা ৰহমানো তেওঁৰ সৈতে ঘৰলৈ উভতি আহিব।

Apply Now

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে গুৰুতৰভাৱে অসুস্থ হৈ খালেদা জিয়া ৮ জানুৱাৰীত চিকিৎসাৰ বাবে লণ্ডনলৈ গৈছিল।সেই সময়ত কাটাৰৰ ৰজাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শাৰীৰিক অসুস্থতাৰ কথা জানি ৰাজকীয় বহৰত বিশেষ বিমান যাত্ৰাৰ ব্যৱস্থা কৰিছিল। সেই এয়াৰ এম্বুলেন্সতেই বিএনপিৰ নেতাজনে লণ্ডনলৈ যাত্ৰা কৰিছিল। এইবাৰ কাটাৰে তেওঁক সেই বিশেষ বিমানখনেৰে উভতি অহাত সহায় কৰিছে। স্বাভাৱিকতে বিএনপিৰ অধ্যক্ষগৰাকীৰ দেশলৈ উভতি অহাক লৈ উৎফুল্লিত হৈ পৰিছে দলীয় কৰ্মীসকল। জ্ঞাত সূত্ৰৰ মতে জিয়াৰ প্ৰত্যাৱৰ্তনে বিএনপি শিবিৰক পুনৰ সজীৱ কৰি তুলিব, যিয়ে ইউনুছৰ বাবে বিশেষ সমস্যাৰ সৃষ্টি কৰিবলৈ গৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd