• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ এয়াৰ ইণ্ডিয়াৰ বিমানত নুঠিব; পুনৰ কূটাঘাতৰ ভাবুকি খালিস্তানী উগ্ৰপন্থীৰ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 21, 2024 2:01 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খালিস্তানী উগ্ৰপন্থীয়ে পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত কূটাঘাত চলোৱাৰ ষড়যন্ত্ৰ কৰিছে। ১ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰৰ ভিতৰত এয়াৰ ইণ্ডিয়াৰ বিমানত আক্ৰমণ চলোৱা হ’ব পাৰে। যাৰ বাবে খালিস্তানী উগ্ৰপন্থী সংগঠনৰ মুৰব্বী গুৰপতৱন্ত সিং পান্নুনে যাত্ৰীসকলক আগতীয়াকৈ সকীয়াই দিছে।

খালিস্তানী সংগঠন শিখছ ফৰ জাষ্টিছৰ নেতা পান্নুনে সোমবাৰে সকীয়াই দিয়ে যে, ‘১ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ এয়াৰ ইণ্ডিয়াৰ বিমানত যাত্ৰা নকৰিব। এই সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানত আক্ৰমণ হ’ব পাৰে।‘ উক্ত সময়ছোৱাত শিখ গণহত্যাৰ ৪০তম বৰ্ষপূৰ্তি চলিব।

লগতে পঢ়কঃ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত! উপ-নিৰ্বাচনত বহিৰাগত প্ৰাৰ্থী দিয়াৰ প্ৰতিবাদত দল এৰিলে কাছাৰৰ বিজেপি নেতাই

Apply Now

শেহতীয়াকৈ ভাৰতৰ কেইবাখনো বিমান সংস্থাৰ বিমানত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে। বিগত সপ্তাহত ৭০টা আৰু কেৱল শনিবাৰে ৩২টা বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছে। যাৰ ফলত যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰিছে।

এনে পৰিস্থিতিত খালিস্তানী উগ্ৰপন্থী সংগঠনটোৱে এয়াৰ ইণ্ডিয়াৰ বিমানত বৃহৎ কূটাঘাত সংঘটিত কৰাৰ ভাবুকি দিছে। যাক কেন্দ্ৰ কৰি আকৌ চাঞ্চল্য বিয়পি পৰিছে।

উল্লেখ্য যে ২০২০ চনত ইউএপিএ আইনৰ অধীনত পান্নুনক সন্ত্ৰাসবাদী ঘোষণা কৰা হৈছিল। শিখছ ফৰ জাষ্টিছ সংগঠনৰ ওপৰতোত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ভাৰতত গ্ৰেপ্তাৰ হোৱাৰ আশংকাত তেওঁ আমেৰিকালৈ পলাই যায়। বৰ্তমান তেওঁৰ আমেৰিকা আৰু কানাডাৰ নাগৰিকত্ব আছে।

লগতে পঢ়কঃ সাপৰ বিষৰ বিৱৰ্তন, মোকাবিলাৰ বাবে নতুন আশাৰ সঞ্চাৰ কৰিছে ভাৰতীয় বিজ্ঞানীয়ে

বিগত বৰ্ষৰ নৱেম্বৰ মাহত তেওঁ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি নকৰিবলৈ সকীয়াই দিছিল। আনকি সেইদিনা এয়াৰ ইণ্ডিয়াৰ বিমানত উঠাৰ পূৰ্বেও উগ্ৰপন্থী সংগঠনটোৱে যাত্ৰীসকলক সকীয়াই দিছিল। পান্নুনে কেতিয়াবা সংসদত আক্ৰমণৰ, কেতিয়াবা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক হত্যাৰ ভাবুকিও দিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ

সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ

June 12, 2026 1:22 pm
দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

June 12, 2026 1:21 pm
বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

June 12, 2026 12:21 pm
পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

June 12, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ

সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ

June 12, 2026 1:22 pm
দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

June 12, 2026 1:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd