• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতৰ নিৰ্দেশ! আজি খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজানৰ মৃতদেহৰ কবৰত চলোৱা হ’ব খনন

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
May 23, 2023 11:06 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে ডিব্ৰুগড়ৰ আমোলাপট্টী কবৰস্থানত আই আই টি খড়গপুৰৰ ছাত্ৰ ফাইজান আহমেদৰ কবৰত খনন চলোৱাৰ কথা।

কলিকতা উচ্চ ন্যায়ালয়ৰ ২৫ এপ্ৰিলৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ আৰক্ষী পৰিদৰ্শক বিশ্বৰঞ্জন বেনাৰ্জী (আই অ’)ৰ নেতৃত্বত খড়গপুৰ টাউন থানাৰ এটা ৪ জনীয়া দল ডিব্ৰুগড়ত উপস্থিত হয় য’ত কোৱা হৈছিল যে আই আই টি খড়গপুৰৰ ছাত্ৰজনৰ মৃতদেহ তেওঁৰ সমাধিস্থলৰ পৰা খনন কৰি কলিকতা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰিব লাগিব কিয়নো তেওঁৰ মৃত্যুৰ আঁৰৰ সত্যটো উলিয়াই অনাটো প্ৰয়োজনীয়।

তিনিচুকীয়াৰ ফাইজান আহমেদৰ মৃতদেহ ডিব্ৰুগড় চহৰৰ আমোলাপট্টি কবৰস্থানত সমাধিস্থ কৰা হৈছিল।

Apply Now

লগতে পঢ়ক: মাৰাত্মক ড্ৰাগছৰ কবলত অভিনেতা! আদিত্য সিং ৰাজপুতৰ মৃত্যু ৰহস্য; বাথৰুমত উদ্ধাৰ মৃতদেহ

এই সংবাদদাতাৰ সৈতে হোৱা কথোপকথনত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই কয় যে মৃতদেহটো মঙলবাৰে খনন কৰাৰ কথা। এটা ফৰেনছিক দলে এই খনন কৰিব।

জানিব পৰা মতে, বংগ আৰক্ষীৰ দলটোৱে গুৱাহাটীৰ পৰাও ফৰেনছিক বিশেষজ্ঞৰ সহায় বিচাৰিছে।

ইয়াৰ পূৰ্বে কোৱা হৈছিল যে অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতল (এএমচিএইচ), ডিব্ৰুগড়ৰ ফৰেনছিক বিভাগে খনন প্ৰক্ৰিয়া সম্পন্ন কৰিব।

অৱশ্যে সন্ধিয়ালৈকে আৰক্ষীৰ দলটোৱে এ এম চি এইচ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰা নাই বুলি এ এম চি এইচৰ অধীক্ষক ডাঃ প্ৰসন্ত দিহিঙীয়াৰ পৰা জানিব পৰা গৈছে  ।

লগতে পঢ়ক: জন্ম, মৃত্যুৰ তথ্য ভোটাৰ তালিকাৰ সৈতে সংযোগ কৰিবলৈ চৰকাৰে আনিব বিধেয়ক: গৃহমন্ত্ৰী শ্বাহ

তেইশ বছৰীয়া ফাইজান আই আই টি খড়গপুৰৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল। ২০২২ চনৰ ১৪ অক্টোবৰত তেওঁৰ উৱলি যোৱা মৃতদেহ লালা লাজপট ৰায় হল অৱ ৰেচিডেন্সৰ তেওঁৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হয়।

মহাবিদ্যালয় প্ৰশাসনে জানিবলৈ ছাত্ৰজনে আত্মহত্যা কৰা বুলি জানিবলৈ দিয়াৰ বিপৰীতে পৰিয়ালৰ লোকে তেওঁক হত্যা কৰা বুলি দাবী কৰে। ফাইজানৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ পুত্ৰক হত্যা কৰা বুলি অভিযোগ কৰি কলিকতা উচ্চ ন্যায়ালয়ত ৰিট আবেদন দাখিল কৰে।

লগতে পঢ়ক: চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে উঠাই লোৱাৰ সম্ভাৱনা আছে: মুখ্যমন্ত্ৰী

ন্যায়াধীশ ৰাজশেখৰ মান্থাই ২৫ এপ্ৰিলত দিয়া নিৰ্দেশত কয় যে, ‘এই আদালতৰ মতে দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰাটো প্ৰয়োজনীয়। অসমত মুছলমান ৰীতি-নীতি অনুযায়ী মৃতদেহ সৎকাৰ কৰা হৈছে। ফাইজান আহমেদৰ মৃতদেহ খনন কৰা হওক। বিষয়টোৰ তদন্তকাৰী বিষয়াই অসম আৰক্ষীৰ সৈতে সমন্বয় ৰক্ষা কৰি মৃতদেহ বা মৃতদেহৰ অংশ খনন কৰি কলকাতালৈ আনি ৰাজ্য আৰক্ষীয়ে নতুনকৈ মৰণোত্তৰ পৰীক্ষা কৰাটো নিশ্চিত কৰিব লাগিব।”

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd