• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ তৎপৰতাত ট্ৰাক হাইজেকৰ প্ৰচেষ্টা ব্যৰ্থ; আটক ৮ গৰাকী লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2019 4:18 pm
Truck Hijack

খটখটী আৰক্ষীৰ হাতত আটক হোৱা ট্ৰাক অপহৰণকাৰীসকল।

489
VIEWS
Share on FacebookShare on Twitter

খটখটী আৰক্ষীয়ে সোমবাৰে নিশা পূব কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চলত এখন দহচকীয়া মালভৰ্তি ট্ৰাক অপহৰণ কৰাৰ চেষ্টা ব্যৰ্থ কৰে। আৰক্ষীয়ে ট্ৰাকখনৰ ড্ৰাইভাৰ, হেণ্ডিমেনৰ লগতে ঘটনাটোৰ লগত জড়িত মুঠ আঠগৰাকী লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, ট্ৰাকখনৰ চালকগৰাকীয়ে নুমলীগড় জংচনৰ ওচৰৰ পৰা ট্ৰাকখনৰ গতিপথ ডিমাপুৰ অভিমুখে সলনি কৰে। ট্ৰাকখনৰ গৰাকীয়ে ইতিমধ্যে ড্ৰাইভাৰজনৰ লগত সংযোগ হেৰুৱাই যদিও ট্ৰাকৰ লগত সংযুক্ত হৈ থকা জি পি এচ যন্ত্ৰৰ সহায়ত সাম্ভাব্য অপহৰণৰ উমান পাই খটখটী আৰক্ষীক ঘটনাটো অৱগত কৰে।

খটখটী আৰক্ষীয় প্ৰকাশ কৰা মতে তেওঁলোকে নিৰ্দ্ধাৰিত সূত্ৰৰ পমখেদি ট্ৰাকখন নাগালেণ্ডত প্ৰবেশৰ পূৰ্বে খটখটীত থকা অন্তিমটো পহৰাচকীত আটক কৰিবলৈ সক্ষম হয় আৰু চালক তিলক বিশ্বকৰ্মা আৰু সহযোগী সুমন চেত্ৰীকো আটক কৰে।

আনহাতে, আৰক্ষীৰ জেৰাত ট্ৰাক ড্ৰাইভাৰগৰাকীয়ে দিয়া ভাষ্য অনুসৰি ট্ৰাক অপহৰণৰ লগত জড়িত আন ছজন লোকক আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে আটক কৰা লোক কেইগৰাকী গীলবাৰ্ট পাও, কিভি কিহো, ৰাণা চৌধুৰী, স্বৰূপ চাহানী, সুবোধ যাদৱ আৰু বিকি দেৱ বুলি চিনাক্ত কৰা হয়। আৰক্ষীয়ে আটক কৰা আটাইকেইগৰাকী লোক নাগালেণ্ডৰ ডিমাপুৰৰ বাসিন্দা।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd