• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

থাইলেণ্ডৰ ৰজাৰ পত্নীৰ নগ্ন ফ’টো ভাইৰেল : প্ৰাক্তন তিনি পত্নী জড়িত!; কোনে কৰিলে ভাইৰেল?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 24, 2020 8:19 am

2 min read

thai-king-.1.891706
825
VIEWS
Share on FacebookShare on Twitter

থাইলেণ্ডৰ ৰজাৰ জীৱন সংগীৰ নগ্ন ফ’টো ভাইৰেল হৈছে। ১৪ শৰো অধিক নগ্ন তথা আপত্তিজনক ফ’টো ভাইৰেল হোৱা ঘটনাটোত ৰাজ পৰিয়ালৰ কোনো লোক ইয়াত জড়িত থকাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে থাইলেণ্ডৰ ৰজা মহা ভজিৰালেঙ্কনৰ ইয়াৰ পূৰ্বেও তিনিগৰাকী পত্নী আছিল। সেই তিনি পত্নীৰ ফালৰ পৰা ৰজা ভজিৰালেঙ্কনৰ সাতটি সন্তানো আছে। ইতিমধ্যে ৰজা ভজিৰালেঙ্কনে তেওঁলোকক বিবাহ বিচ্ছেদো দিছে।

আক্ৰোশৰ পূৰণৰ বাবে সেই তিনি প্ৰাক্তন পত্নীৰে কোনোবাই এই কাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ কৰা হৈছে।

চতুৰ্থ পত্নী ছিনিনাত ৱায়ংবাজিৰাপকডিৰ আপত্তিজনক তথা নগ্ন ফ’টোসমূহ ভাইৰেল হোৱাৰ পিছতে ৰাজ পৰিয়ালৰ অন্দৰ মহলত যে হিংসা-প্ৰতিহিংসাৰ এখন যুঁজ চলি আছে সেয়া স্পষ্ট হৈ পৰিছে বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে।

জানিব পৰা মতে উক্ত আপত্তিজনক তথা নগ্ন ফ’টোসমূহ ব্ৰিটিছ সাংবাদিক এণ্ড্ৰু মেকগ্ৰেগৰ মাৰ্শ্বাললৈ প্ৰেৰণ কৰা হৈছিল।

সাংবাদিক মাৰ্শ্বাল থাই ৰাজ পৰিবাৰ দুৰ্ঘোৰ বিৰোধী বুলি পৰিচিত। তেওঁ উক্ত ফ’টো লাভ কৰা পিছত নিজৰ ফেইচবুক একাউন্টত প’ষ্ট কৰি ভাইৰেল কৰি দিয়ে।

সাংবাদিক মাৰ্শ্বালৰ দাবী যে এই আপত্তিজনক তথা নগ্ন ফ’টোবোৰ ছিনিনাতে তিনিটা আইফোনৰ জৰিয়তে নিজেই তুলিছিল। ছবিসমূহ ২০১২ৰ পৰা ২০১৪ চনত তোলা বুলিও দাবী কৰিছে মাৰ্শ্বালে।

১,৪৪৩ খন আপত্তিজনক তথা নগ্ন ফ’টো থকা এখন এছডি কাৰ্ড তিনি মাহ মান পূৰ্বে তেওঁৰ ঠিকনাত কোনোবাই প্ৰেৰণ কৰিছিল বুলিও দাবী কৰিছে সাংবাদিক মাৰ্শ্বালে।

স্মৰ্তব্য যে ৬৮ বছৰীয়া থাইলেণ্ডৰ ৰজা ভজিৰালেঙ্কনৰ ৩৫ বছৰীয়া বান্ধৱী ছিনিনাতৰ সৈতে থকা বিবাহবহিভূত সম্পৰ্কক যোৱা বছৰৰ আগষ্ট মাহত বিবাহৰ ৰূপ দিছিল। ইয়াৰ পূৰ্বে ছিনিনাত পেচাগত হিচাপে এগাকী নাৰ্ছ আছিল আৰু তাৰ মাজতে ৰজাৰ দেহৰক্ষী হিচাপেও কাম কৰিছিল।

ৰজাৰ চতুৰ্থ গৰাকী পত্নীৰ আপত্তিজনক তথা নগ্ন ফ’টোসমূহ ভাইৰেল হোৱাৰ লগে লগে থাইলেণ্ডত আলোড়নৰ সৃষ্টি হৈছে।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd