• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এবছৰ পূৰ্বে প্ৰাৰ্থনা কৰি গৈছিল! স্বপ্ন পূৰণ হোৱাত আইপিএল ট্ৰফী লৈ কামাখ্যাত কেকেআৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2025 12:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱাবাৰ আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছে সমগ্ৰ প্ৰতিযোগিতাত উৎকৃষ্ট ক্ৰিকেট খেলি চেম্পিয়ন হৈছিল। এবাৰো এনে লগা নাছিল যে তেওঁলোকৰ দলটো আন কাৰোবাতকৈ পিছ পৰি আছে। ২-১ এখন মেচত বিপক্ষই ২০০ ৰান অতিক্ৰম কৰি জিকিছিল যদিও ষ্টাৰ্ক, নীতিশ ৰানাৰ দলটো সময়ত উজলি উঠিছিল। ১০ বছৰৰ ব্যৱধানৰ অন্তত দলৰ বাবে লৈ আহিছিল তৃতীয়টো আই পি এল ট্ৰফী।

এবছৰ পূৰ্বে আই পি এলৰ সময়ত যেতিয়া কলকাতা নাইট ৰাইডাৰ্ছে গুৱাহাটীত খেলিছিল তেতিয়া কেইবাগৰাকীও ক্ৰিকেটাৰে কামাখ্যা মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ আহিছিল। তেওঁলোকে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰে। দেবীয়ে তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে। যোৱাবাৰ কে কে আৰ আই পি এল চেম্পিয়ন হৈছিল, গতিকে নাইট ক্ৰিকেটাৰসকল ১ বছৰৰ পিছত কামাখ্যালৈ উভতি আহিল।

Apply Now

কলকাতা নাইট ৰাইডাৰ্ছৰ গুৰু গৌতম গম্ভীৰ, প্ৰশিক্ষক চন্দ্ৰকান্ত পণ্ডিত, আৰু ক্ৰিকেটাৰ বৰুণ চক্ৰৱৰ্তী সকলোৱে যোৱাবাৰ কামাখ্যা ভ্ৰমণ কৰি প্ৰাৰ্থনা কৰে। এইবাৰ কে কে আৰ পুনৰ কামাখ্যা মন্দিৰলৈ উভতি আহিল। আই পি এলৰ ট্ৰফীটোও লৈ আহিছিল। নাইট ৰাইডাৰ্ছৰ ষ্টাফে মা কামাখ্যাক ট্ৰফীটো দেখুৱাই গ’ল। আচলতে তেওঁলোকৰ প্ৰাৰ্থনা শুনাৰ বাবে দেবী মাক ধন্যবাদ জনাবলৈ আহিছিল।

শেহতীয়াকৈ কলকাতা নাইট ৰাইডাৰ্ছে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে। তাত দেখা যায় যে নাইট ৰাইডাৰ্ছৰ দলৰ টীম মেনেজমেন্টে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ আহিছে। তেওঁলোকে কেপচনত লিখিছে, “২০২৪ চনৰ মে’ মাহত তেওঁলোকে কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল, আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ ইচ্ছা পূৰণ হোৱাৰ বাবে তালৈ উভতি আহিছে।”

May 2024: We sought Maa's blessings here
Feb 2025: We returned with the trophy for her blessings 🏆🙏

জয় মা কামাখ্যা 🙏🏆 जय माँ कामाख्या pic.twitter.com/uZDmSpDcxt

— KolkataKnightRiders (@KKRiders) February 15, 2025

উল্লেখ্য যে এইবাৰ ইডেনত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হোৱাৰ কথা। এইবাৰো শ্বাহৰুখ খানৰ ফ্ৰেঞ্চাইজিয়ে নিশ্চিতভাৱে আৰম্ভণিৰে পৰা বিজয়ৰ ধাৰাত থাকিব বিচাৰিব আৰু ট্ৰফী ৰক্ষা কৰিব বিচাৰিব। অৱশ্যে গৌতম গম্ভীৰৰ অনুপস্থিতিত ড্ৱেইন ব্ৰেভোৱে দায়িত্ব ল’লে ক্ৰিকেটাৰসকলৰ সৈতে তেওঁ কিমান ভালদৰে মিলি যাব পাৰে সেয়া চাবলৈ সকলো আগ্ৰহী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়   

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

June 14, 2026 5:30 pm
বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

বিশ্বকাপৰ মঞ্চত ভাৰতীয় বংশোদ্ভৱ খেলুৱৈৰ চমক, তুৰস্কক হৰুৱাই অষ্ট্ৰেলিয়াৰ ঐতিহাসিক জয়

June 14, 2026 5:11 pm
কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশ আৰু পানীৰ সংকট: ভাৰতে পৰিশোধ কৰিব লাগিব নেকি বৃহৎ প্ৰাকৃতিক মূল্য?

June 14, 2026 4:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm
আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়   

আমাজন প্ৰাইমৰ ৰহস্যধৰ্মী ছিৰিজ ‘ৰাখ’ত অসমৰ অভিনেতা বাহাৰুল ইছলামৰ দুৰ্দান্ত অভিনয়  

June 14, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd