• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিভিন্ন দাবীত বোকাখাতত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৃহৎ প্ৰতিবাদী সমদল

উত্তম শইকীয়া by উত্তম শইকীয়া
September 4, 2018 7:27 pm
KMSS protest rally
113
VIEWS
Share on FacebookShare on Twitter

বৃহৎ নদীবান্ধ বন্ধ কৰা, নীপকোৰ বানপানীত ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপুৰণ দিয়া, ক্ষতিগ্ৰস্ত কৃষকৰ কৃষি ঋণ ৰেহাই দিয়া, দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ দোষী বিষয়াক গ্ৰেপ্তাৰ কৰা আদি বিভিন্ন দাবীত আজি বোকাখাতত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

বোকাখাতৰ ৰাজপথেৰে প্ৰতিবাদকাৰী সকলে সমদল বাহিৰ কৰি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ দাবীসমূহৰ সমৰ্থন বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।

কৃষক মুক্তিৰ ভাতৃ সংগঠন গণ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক বেদান্ত লস্কৰে কেৰেলাত হোৱা বানপানীৰ পিছত কেন্দ্ৰীয় চৰকাৰে ৫০০ কোটি টকা তৎকালেই ঘোষণা কৰিলে বুলি মন্তব্য কৰি বছৰ বছৰ ধৰি অসমত হৈ থকা বানপানীৰ বাবে কেন্দ্ৰ চৰকাৰে সাহাৰ্যৰ নামত আজিও কিয় এটকাও ঘোষণা নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে ৷

তদুপৰি অসমৰ জলবিদ্যুৎ প্ৰকল্প সমূহে প্ৰতি বছৰেই অসমৰ ৰাইজক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰি আহিছে বুলি অভিযোগ কৰি তেওঁ ক্ষতিগ্ৰস্ত ৰাইজক নিৰাপত্তা আৰু উচিত ক্ষতিপূৰণৰো দাবী তোলে।

আনহাতে কৃষক মুক্তিৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰতন দাৱে গ্ৰেটাৰ কাজিৰঙা পানীযোগান আঁচনিৰ জৰিয়তে ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰা, কহঁৰা ৰাজ্যিক চিকিৎসালয় শীঘ্ৰে মুকলি কৰা, ধনশিৰি নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰা, বিদ্যুত নথকা গাঁৱত বিদ্যুৎ যোগান, বানপীড়িত অঞ্চলত পানপানীৰ সময়ত বিদ্যুতৰ মিটাৰ বিনামুলীয়াকৈ যোগান ধৰা, সুলভ মূল্যৰ চাউলৰ কেলেংকাৰীত জড়িত মহুৰা সমবায় সমিতিৰ সভাপতিক গ্ৰেপ্তাৰ কৰা আদি বিভিন্ন দাবীত মহকুমাধিপতিলৈ দণ্ডাধীশৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

আজিৰ উক্ত প্ৰতিবাদী সমদলত কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd