• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষি আইন বাতিলৰ দাবীত মৰিগাঁৱত প্ৰতিবাদী অৱস্থান

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 3, 2020 3:03 pm

1 min read

a kmss
9.1k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ৰূপায়ণ কৰা কৃষক বিৰোধী আইন শীঘ্ৰে বাতিলৰ দাবীৰে বুধবাৰে মৰিগাঁও চহৰ উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তিৰ সদস্যসকলে।

মৰিগাঁও বিহুতলি প্ৰাংগনত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত সংগঠন কেইটাই বিজেপি নেতৃত্বাধীন উভয় চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনাৰে থকা-সৰকা কৰি দিল্লীৰ প্ৰতিবাদী কৃষকৰ দাবী মানি লওক, কৃষকৰ ব্যাপক ক্ষতিসাধন কৰা কৃষক তথা কৃষি বিৰোধী আইন বৰ্জন কৰক,EIA বাতিল কৰক আদি শ্ল’গানেৰে উত্তপ্ত কৰি তোলে মৰিগাঁও চহৰৰ সামগ্ৰিক পৰিবেশ।

প্ৰতিবাদস্থলীৰ পৰাই সংগ্ৰামী সদস্য সকলে কেন্দ্ৰীয় আৰু ৰাজ্যিক ফেচিষ্ট চৰকাৰখনক সকীয়াই দি কয় যে বনিয়া গোষ্ঠীক সকাহ দিয়া কাৰ্য-কলাপসমূহ বন্ধ কৰি যদি চৰকাৰে তৎকালে কৃষক বিৰোধী আইন আৰু কৃষকসকলৰ জলন্ত সমস্যাসমূহ সমাধান ন’কৰে তেতিয়া হ’লে আগন্তুক সময়ত দিল্লী,পাঞ্জাৱৰ দৰে অসমতো শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজৰ সহযোগত ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ’ব।

প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক দেৱজিৎ পাটৰ,সদৌ অসম কৃষক সংঘৰ কাৰ্যকৰী সভাপতি তুলসী ডেকা, কে এম এছ এছৰ প্ৰাক্তন সভাপতি ৰাতুল হাজৰিকাকে ধৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় সহস্ৰাধিক সদস্যই উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd