• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Aryan Khan Drugs case আৰিয়ান খান ড্ৰাগছৰ গোচৰৰ দায়িত্ব পোৱা NCBৰ বিষয়া কোন এই সঞ্জয় সিং? চাওক সৱিশেষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2021 2:57 pm
Sanjay Kumar Singh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Aryan Khan Drugs case আৰিয়ান খান ড্ৰাগছৰ গোচৰকে ধৰি মুঠ পাঁচটা ড্ৰাগছৰ গোচৰৰ দায়িত্ব লাভ কৰিছে নাৰক’টিকছ কন্ট্ৰ’ল ব্যুৰো (এনচিবি)ৰ ডেপুটি ডাইৰেক্টৰ জেনেৰেল (অপাৰেশ্যন) সঞ্জয় সিঙে।

ইয়াৰ পূৰ্বে আৰিয়ান খান আৰু বাকী চাৰিজন অভিযুক্তৰ বিৰুদ্ধে ড্ৰাগছৰ গোচৰৰ তদন্ত কৰিছিল এনচিবিৰ জ’নেল হেড সমীৰ ৱাংখেড়েই। তেওঁ আন কেইবাটাও ড্ৰাগছৰ গোচৰৰ তদন্তৰ দায়িত্বতো আছিল।

এতিয়া সেই তদন্তসমূহৰ দায়িত্ব লাভ কৰিলে এনচিবিৰ শীৰ্ষ বিষয়া সঞ্জয় সিঙৰ নেতৃত্বৰ তদন্তকাৰী দলে।

Apply Now

বৰ্তমান সঞ্জয় কুমাৰ সিং ডিডিজি পৰ্যায়ৰ বিষয়া। তেওঁৰ অধীনত তদন্তকাৰী দলটোক মুঠ পাঁচটা গোচৰৰ দায়িত্ব অৰ্পন কৰা হৈছে। তাৰ ভিতৰত নবাব মালিকৰ জোঁৱাই সমীৰ খানৰ গোচৰো আছে।

Also Read: গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা, বাটামেৰে মৰিয়াই চকীদাৰক হত্যা

এনচিবিৰ তদন্তকাৰী দলটো শনিবাৰেই দিল্লীৰ পৰা গৈ মুম্বাইত উপস্থিত হ’ব। আৰিয়ান গোচৰকে ধৰি পাঁচটা গোচৰৰ সংযোগ গোটেই দেশজুৰি আছে বুলি জানিবলৈ দিছে এনচিবিয়ে।

সঞ্জয় কুমাৰ সিং নেতৃত্বাধীন তদন্তকাৰী দলটোৱে সংশ্লিষ্ট আন সংস্থাসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি গোচৰসমূহৰ তদন্ত চলাব।

সঞ্জয় কুমাৰ সিং ১৯৯৬ বৰ্ষৰ উৰিষ্যা কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বিষয়া। ইয়াৰ পূৰ্বে তেওঁ উৰিষ্যা আৰক্ষীৰ লগতে চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন (চিবিআই)ৰ সৈতেও নিয়োজিত আছিল।

Also Read: লণ্ডনত সম্পত্তি কিনাৰ কথা স্বীকাৰ, সঁচাকৈয়ে ভাৰত এৰি যাব নেকি আম্বানীৰ পৰিয়ালে! কি কলে ৰিলায়েন্সে?

উৰিষ্যা আৰক্ষীত তেওঁ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ড্ৰাগ টাস্ক ফ’ৰ্চৰ দায়িত্ব চম্ভালিছিল। তেওঁ ভুৱনেশ্বৰৰ আৰক্ষী আয়ুক্তৰ লগতে উৰিষ্যা আৰক্ষীৰ টুইন চিটিৰ অতিৰিক্ত আৰক্ষী আয়ুক্তৰ দায়িত্বও পালন কৰিছিল।

সঞ্জয় কুমাৰ সিঙে চিবিআইৰ হৈ ২০১০চনৰ কমনৱেলথ গেমছ কেলেংকাৰীকে ধৰি বহুকেইটা গোচৰৰ দায়িত্বত আছিল।

Also Read: আফগানিস্তানত ২৯ বছৰীয়া মহিলা মানৱাধিকাৰ কৰ্মীক হত্যা কৰিলে তালিবানে

বাতৰি অনুসৰি, সঞ্জয় সিঙক চলিত বছৰৰ জানুৱাৰীত এনচিবিলৈ ডেপুটেশ্যনত পঠিওৱা হৈছিল। অহা ২০২৫ৰ ৩১জানুৱাৰীলৈকে তেওঁ এনচিবিৰ ডিডিজি পদত কাৰ্যনিৰ্বাহ কৰিব।    

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd