• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এগৰাকী আদৰ্শ মাতৃ হ’ব বিচাৰে? জানি লওক আয়ত্ত্ব কৰিবলগীয়া ৫টা জৰুৰী গুণ   

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2024 8:15 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী ভাল মাতৃ হোৱাটোৱে শিশুৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এগৰাকী ভাল মাতৃ হোৱাটোও প্ৰতিগৰাকী নাৰীৰ কৰ্তব্য। শিশুৰ মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ পিতৃ-মাতৃ দুয়োজনেই উপযুক্ত ব্যক্তি হোৱাটো প্ৰয়োজন। এই সন্দৰ্ভত কোনো মতানৈক্য নাই।

কিন্তু এগৰাকী মাতৃৰ ওপৰত সন্তানৰ প্ৰভাৱ অধিক থাকে। ইয়াত আদৰ্শ মাতৃৰ থাকিবলগীয়া কেইটামান গুণৰ কথা কবলৈ লোৱা হৈছে যিবোৰ আচলতে পিতৃৰ ক্ষেত্ৰতো প্ৰযোজ্য। যদি আপুনি এগৰাকী আদৰ্শ মাতৃ হ’ব বিচাৰে তেন্তে আপোনাৰ কিছুমান বিশেষ গুণ থাকিব লাগিব। এই পাঁচটা গুণৰ বিষয়ে জানি লওক।

Apply Now

ধৈৰ্যশীলতা:

অভিভাৱকসকলে ধৈৰ্য্যশীল হোৱাটো জৰুৰী। বিশেষকৈ শিশুৰ লগত অধিক সময় কটাবলৈ মাতৃৰ ধৈৰ্য্য শিশুৰ বিকাশৰ বাবে প্ৰয়োজনীয়। শিশুক তেওঁলোকৰ ভুল দেখুৱাবলৈ আৰু বাৰে বাৰে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মাতৃৰ ধৈৰ্য্য অতি প্ৰয়োজনীয়। শিশুসকল সদায় জেদী হৈ থাকিব। কোৱা কথা শুনাটো তেওঁলোকৰ অভিধানতে নাই। এনে পৰিস্থিতিত এগৰাকী মাতৃ ধৈৰ্য্যশীল হোৱাটো এক গুৰুত্বপূৰ্ণ গুণ হিচাপে গণ্য কৰা হয়।

মৰম আৰু মমতা:

শিশুৰ মৌলিক প্ৰয়োজন হ’ল মৰম আৰু মমতা। শিশুৰ সুখী মানসিকতাৰ বাবে এগৰাকী মাতৃৰ মাজত এই দুটা গুণ অপৰিহাৰ্য। ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পায়। এগৰাকী ভাল মাতৃয়ে সন্তানক মৰম আৰু মমতাৰে লালন-পালন কৰে।

জ্ঞান:

শিশুৰ প্ৰয়োজনীয়তা তেওঁলোকৰ আচৰণৰ দ্বাৰাই বুজিব পৰা জ্ঞান মাতৃসকলৰ থাকিব লাগে। এই জ্ঞান লাভ কৰিবলৈ প্ৰতিগৰাকী মাতৃয়ে সন্তানক বুজিবলৈ বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিব লাগিব। তেওঁলোকৰ সমস্যাবোৰ বুজি পোৱা আৰু সমাধান কৰাটো মাতৃৰ দায়িত্ব।

ইতিবাচক চিন্তা:

ইতিবাচক চিন্তাধাৰাৰ মাতৃ শিশুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইতিবাচক চিন্তা প্ৰতিগৰাকী মাতৃৰ বাবে অপৰিহাৰ্য। শিশুৰ মাজত ইতিবাচক চিন্তাধাৰা গঢ়ি তোলাটো প্ৰয়োজনীয়। পৰিস্থিতি যিমানেই বেয়া নহওক কিয়, শিশুৱে হাৰ নমনা গুণ মাতৃৰ পৰা লাভ কৰে।

আত্মত্যাগ:

সন্তানৰ বাবে নিজকে উৎসৰ্গ কৰিবলৈ সাজু হোৱাটো মাতৃৰ বাবে জৰুৰী। শিশুটিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ১০০% পৰিশ্ৰম দিবলৈ সাজু থাকিব লাগিব। মনত ৰখা উচিত যে সন্তানক ভাল শিক্ষা দিয়াটো পিতৃ-মাতৃৰ কৰ্তব্য। এগৰাকী ভাল মাতৃয়েহে এটা ভাল সন্তানক গঢ়ি তুলিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm
ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm
ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

ত্বিশা শৰ্মাৰ মৃত্যুৰ ঘটনাৰ গোপন কেচ ডায়েৰী ফাদিল? কেনেকৈ অভিযুক্তৰ হাতত পৰিল আৰক্ষীৰ নথি-পত্ৰ!

June 7, 2026 2:48 pm
ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰজনন হাৰক লৈ গভীৰ চিন্তা এলন মাস্কৰ

June 7, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm
ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

ভাৰতীয় দলৰ বিদেশ ভ্ৰমণত বৈভৱ সূৰ্যবংশীৰ সৈতে যাব পাৰিব পিতৃ-মাতৃ, বিচিচিআইৰ বিশেষ ব্যৱস্থা

June 7, 2026 3:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd