• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বয়স অনুসৰি কিমান সময় খোজ কঢ়া উচিত? চাই লওক চিকিৎসকে দিয়া তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 30, 2024 8:03 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান ব্যস্ত জীৱনত সুস্থ হৈ থকাটো কঠিন। সময়ৰ অভাৱত বহুতে জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিব নোৱাৰে।

বিশেষজ্ঞসকলৰ মতে সুস্থ হৈ থকাৰ বাবে নিয়মীয়াকৈ খোজ কঢ়াটো অতি প্ৰয়োজনীয়। প্ৰতিদিনে কমেও ১০ হাজাৰ খোজ খোজ কাঢ়িব লাগে। ই শৰীৰক সুস্থ কৰি ৰাখে। কিন্তু, বয়স অনুসৰি কিমান মিনিট খোজ কাঢ়িব লাগে জানেনে? এই বিষয়ে সৱিশেষ জানি লওক।

Apply Now

বয়স অনুসৰি খোজ কঢ়াৰ সময়: ১৮ৰ পৰা ৩০ বছৰ বয়সৰ বাবে

যদি আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিব বিচাৰে আৰু আপোনাৰ বয়স ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত, তেন্তে প্ৰতিদিনে কমেও ৩০ৰ পৰা ৬০ মিনিট খোজ কাঢ়িব লাগে। কাৰণ এই বয়সতেই ওজনৰ বহু পৰিৱৰ্তন ঘটে। ৩০ৰ পৰা ৬০ মিনিট খোজ কাঢ়িলে আপোনাৰ বাবে ভাল। নিয়মিত খোজ কঢ়াৰ ফলত ওজন নিয়ন্ত্ৰণ সহজ হয়। লগতে মানসিক চাপ কমি যাব আৰু বহুতো গুৰুতৰ ৰোগ প্ৰতিৰোধ হব।

বয়স অনুসৰি খোজ কঢ়াৰ সময়: ৩১ৰ পৰা ৫০ বছৰ বয়সৰ বাবে

যদি আপুনি ৩১ৰ পৰা ৫০ বছৰৰ ভিতৰত হয় তেন্তে প্ৰতিদিনে কমেও ৩০ৰ পৰা ৪৫ মিনিট খোজ কাঢ়িব লাগে। নিয়মীয়াকৈ খোজ কঢ়াৰ ফলত বহুতো গুৰুতৰ ৰোগৰ সম্ভাৱনা কমি যায়।

বয়স অনুসৰি খোজ কঢ়াৰ সময়: ৫১ৰ পৰা ৬৫ বছৰ বয়সৰ বাবে

বয়স বঢ়াৰ লগে লগে শৰীৰটো সুস্থ কৰি ৰখাটো কঠিন হৈ পৰে। বিশেষকৈ ৫১ৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ ফলত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। হাড়বোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে। গতিকে এই বয়সৰ লোকসকলে প্ৰতিদিনে প্ৰায় ৩০ৰ পৰা ৪০ মিনিট খোজ কাঢ়িব লাগে।

বয়স অনুসৰি খোজ কঢ়াৰ সময়: ৬৬ৰ পৰা ৭৫ বছৰ বয়সৰ বাবে

সাধাৰণতে এই বয়সৰ লোকসকল কিছু সমস্যাৰ সন্মুখীন হয়। তেওঁলোকৰ বাবে অধিক খোজ কঢ়াটো কঠিন। গতিকে ৬৬ৰ পৰা ৭৫ বছৰীয়া লোকৰ বাবে ২০ৰ পৰা ৩০ মিনিট খোজ কাঢ়িলেই যথেষ্ট। ই বহুতো ভয়াৱহ ৰোগ প্ৰতিৰোধ কৰে।

বয়স অনুসৰি খোজ কঢ়াৰ সময়: ৭৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ বাবে

যদি আপুনি ৭৫ বছৰ বা তাতকৈ অধিক বয়সৰ হয় তেন্তে ১৫ৰ পৰা ২০ মিনিট খোজ কাঢ়িলেই যথেষ্ট। এই বয়সৰ লোকে কমেও ১৫ মিনিট খোজ কাঢ়িব লাগে। ই আপোনাৰ মানসিক অৱস্থা আৰু জীৱনৰ মান উন্নত কৰিব।

বিশেষ দ্ৰষ্টব্য: বিশেষজ্ঞসকলৰ মতে নিয়মীয়াকৈ খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। খোজ কঢ়াই ওজন নিয়ন্ত্ৰণত ৰাখে, মানসিক চাপ কমায়, হাড় আৰু পেশী শক্তিশালী কৰে। প্ৰতিদিনে খোজ কাঢ়িলে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। অফিচলৈ যাওঁতে লিফটৰ সলনি চিৰি ব্যৱহাৰ কৰক। মাজে মাজে অফিচৰ ভিতৰতে ঘূৰাফিৰা কৰক। এইদৰে আপুনি আপোনাৰ দৈনন্দিন খোজ কঢ়াৰ লক্ষ্য পূৰণ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd