• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জো বিডেনৰ যুদ্ধভূমি ইউক্ৰেইনত আচম্বিত ভ্ৰমণ; কেনেকৈ গোপনে ৰখা হৈছিল এই যাত্ৰা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2023 10:41 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনক পোলেণ্ডৰ সীমান্তত অতি গোপনীয়ভাৱে ৰে’লযোগে ইউক্ৰেইনলৈ লৈ যোৱা হৈছিল। ‘নিউয়ৰ্ক টাইমছ’ৰ বাতৰিত এই কথা প্ৰকাশ পাইছে।

পোলেণ্ডৰ পৰা ইউক্ৰেইনৰ ৰাজধানী কিয়েভলৈ বিডেনৰ আকস্মিক ভ্ৰমণ সুৰক্ষাজনিত কাৰণত অতি গোপনীয় ৰখা হৈছিল। কোৱা হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিডেনে এতিয়া ইউক্ৰেইন ত্যাগ কৰিছে।

বাতৰি অনুসৰি, শনিবাৰে বিডেনে তেওঁৰ পত্নী জিলৰ সৈতে এখন ৰেষ্টুৰেণ্টত ৰাতিৰ আহাৰ গ্ৰহণ কৰিছিল আৰু তাৰ পিছত চুপে চাপে ৱাশ্বিংটন এৰিছিল।

Apply Now

অৱশ্যে, বিডেনে পূব ইউৰোপৰ পূৰ্ব নিৰ্ধাৰিত ভ্ৰমণত ইউক্ৰেইনো ভ্ৰমণ কৰাৰ কথা বিষয়াসকলে আগতে অস্বীকাৰ কৰিছিল।

নিউয়ৰ্ক টাইমছে লিখিছে, “দেওবাৰে নিশা হোৱাইট হাউছে প্ৰকাশ কৰা ৰাষ্ট্ৰপতিৰ কাৰ্যসূচী অনুসৰি ৰাষ্ট্ৰপতিয়ে সোমবাৰে ৱাশ্বিংটনত থাকিব আৰু সন্ধিয়া বাৰ্ছালৈ ৰাওনা হ’ব। কিন্তু তেতিয়ালৈকে তেওঁ তেওঁৰ আধা ভ্ৰমণ সম্পূৰ্ণ কৰিছিল।”

এবছৰ আগতে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত এইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ প্ৰথম ভ্ৰমণ। ইয়াৰ আগতে বিডেনে পোলেণ্ডৰ ৰাষ্ট্ৰপতি এন্দ্ৰেজ ডুডাক লগ কৰিবলৈ গৈছিল।

শেহতীয়া ভ্ৰমণত বিডেনে কি ক’লে? জো বিডেনে ইউক্ৰেইনৰ নাগৰিকসকলক প্ৰশংসা কৰি কয় যে তেওঁলোকে সামৰিক প্ৰশিক্ষণৰ অভিজ্ঞতা অবিহনে খুব ভালদৰে যুঁজিছে।

তেওঁ কয়, “আকৌ এবাৰ মই ইউক্ৰেইনৰ লোকসকলক প্ৰশংসা কৰোঁ, যিসকল সাধাৰণ আৰু কঠোৰ পৰিশ্ৰমী নাগৰিকে কেতিয়াও সামৰিক প্ৰশিক্ষণ লাভ কৰা নাই, কিন্তু তেওঁলোকে যিধৰণে আগবাঢ়ি আহি যুঁজ দিছে সেয়া এজন নায়কতকৈ কম নহয় আৰু সমগ্ৰ বিশ্বই তেওঁলোকক এনেকৈয়ে ভাবে।”

এক টিভি সম্প্ৰচাৰত বিডেন আৰু জেলেনস্কিয়ে এক যুটীয়া বিবৃতি জাৰি কৰি কয় যে “গণতান্ত্ৰিক বিশ্ব” এই “সাহসী যুদ্ধ”ত জয়ী হ’ব লাগিব।

বিডেনে কয় যে ইউক্ৰেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থন লাভ কৰি থাকিব।

জেলেনস্কিয়ে কয়, “আমেৰিকা-ইউক্ৰেইন সম্পৰ্কৰ সমগ্ৰ ইতিহাসত এই ভ্ৰমণ আটাইতকৈ গুৰুত্বপূৰ্ণ। এইটোৱে দেখুৱায় যে আমি ইতিমধ্যে কি প্ৰাপ্ত কৰিছো। আজি আমাৰ আলোচনা বহুত সাৰ্থক হৈছে।

তেওঁ কয় যে এই ভ্ৰমণৰ প্ৰভাৱ নিশ্চিতভাৱে যুদ্ধক্ষেত্ৰত দেখা যাব।

জানুৱাৰীৰ আৰম্ভণিতে আমেৰিকাই ইউক্ৰেইনক আব্ৰামছ টেংক দিয়াৰ সিদ্ধান্ত লয়, যি এতিয়া ইউক্ৰেইনৰ প্ৰতিৰক্ষাত অৰিহণা যোগাই আছে।

জেলেনস্কিয়ে কয় যে বিডেনৰ সৈতে দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ-শস্ত্ৰৰ বিষয়েও আলোচনা কৰা হৈছে। তেওঁ কয়,  “মই জানো যে ইউক্ৰেইনৰ বাবে এক গুৰুত্বপূৰ্ণ সমৰ্থন পেকেজ আহিব আৰু এইটো এটা ইংগিত যে এতিয়া ৰাছিয়াৰ আক্ৰমণৰ কোনো সুযোগ নাই।”

জেলেনস্কিয়ে বিডেনক কয়, “মাননীয় ৰাষ্ট্ৰপতি, ইউক্ৰেইন আপোনাৰ প্ৰতি কৃতজ্ঞ।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd