• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিয়মিত খোজ কাঢ়িলে পিঠিৰ বিষৰ পৰা উপশম পায়! গৱেষণাই কি কয়? জানি আচৰিত হ’ব আপুনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2024 7:46 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি প্ৰতিদিনে পিঠিৰ বিষত ভুগিছে নেকি? আজিকালি বেছিভাগ মানুহেই  ঘণ্টাৰ পিছত ঘণ্টা অফিচত চকীত বহি কাম কৰে। ফলত পিঠিৰ বিষ হোৱাটো স্বাভাৱিক। কিন্তু ইয়াৰ ফলত তেওঁলোকে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। বহুতৰে বাবে এই সমস্যা তেওঁলোকৰ জীৱনৰ এটা অংশ হৈ পৰিছে, যাৰ বাবে তেওঁলোকে দৈনিক ইয়াৰ সৈতে যুঁজিবলগীয়া হৈছে। কিন্তু ইয়াৰ পৰা কেনেকৈ মুক্তি পাব জানেনে?

কঁকালৰ বিষৰ বাবে খোজ কঢ়া:

Apply Now

আপুনি জানেনে যে আমি দৈনিক ব্যায়াম কৰিলে পিঠিৰ বিষ বহুত কম কৰিব পাৰো। লগতে পিঠিৰ জঠৰতা আৰু স্পাজমৰ পৰাও উপশম পোৱা যায়। ইয়াৰ বাবে আপুনি প্ৰতিদিনে কেৱল ৩০ মিনিট খোজ কাঢ়িলেই পিঠিৰ বিষৰ পৰা সোনকালে সকাহ পাব। এই কথা শুনি আপুনি হয়তো আচৰিত হ’ব। কিন্তু এইটোৱেই সত্য। অধ্যয়নত দেখা গৈছে যে প্ৰতিদিনে খোজ কাঢ়িলে পিঠিৰ বিষৰ পৰা উপশম পোৱা যায়।

খোজ কঢ়াই পিঠিৰ বিষত কেনেদৰে সহায় কৰে?

শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে কোনো ব্যক্তিয়ে প্ৰতিদিনে ৩০ মিনিট খোজ কাঢ়িলে পিঠিৰ বিষৰ সমস্যা নাইকিয়া হয়। অষ্ট্ৰেলিয়াৰ বিভিন্ন অঞ্চলত বাস কৰা ৭০১ জন লোকৰ ওপৰত কৰা এই গৱেষণাত তেওঁলোকৰ গড় বয়স আছিল ৫৪ বছৰ। তেওঁলোকে ২৪ ঘণ্টা ধৰি পিঠিৰ বিষত ভুগি আছিল। কিন্তু প্ৰতিদিনে মাত্ৰ ৩০ মিনিট খোজ কঢ়াৰ পিছত তেওঁলোকৰ পিঠিৰ বিষ নোহোৱা হৈছে বুলি প্ৰমাণিত হৈছে।

পিঠিৰ বিষৰ বাবে খোজ কঢ়াৰ উপকাৰিতা:

The Lancet জাৰ্নেলত প্ৰকাশিত WalkBack নামৰ এক অধ্যয়নত কোৱা হৈছে যে নিয়মীয়াকৈ খোজ কঢ়াৰ ফলত পিঠিৰ বিষৰ সম্ভাৱনা হ্ৰাস পায়। তদুপৰি, খোজ কাঢ়িলে আঁঠু আৰু গোৰোহাৰ বিষতো উপকাৰ পোৱা যায়।

কেতিয়া খোজ কাঢ়িব লাগে?

যদি আপুনি খোজ কঢ়াৰ সম্পূৰ্ণ সুফল পাব বিচাৰে তেন্তে প্ৰতিদিনে পুৱা বা বিয়লি খোজ কাঢ়িব পাৰে। ৰাতিপুৱা আৰু বিয়লি দুয়োটা সময়তে খোজ কঢ়াটো স্বাস্থ্যৰ বাবে অতি উত্তম। ই আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখিব, তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব, কলেষ্টেৰল আৰু ৰক্তচাপ সমস্যা নহ’ব আৰু হৃদযন্ত্ৰ সদায় সুস্থ হৈ থাকিব।

সেয়ে, যদি আপুনি সদায় সুস্থ হৈ থাকিব বিচাৰে তেন্তে প্ৰতিদিনে ব্যায়াম নকৰিলেও যিমান পাৰি খোজ কাঢ়িবলৈ চেষ্টা কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd