• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একেৰাহে চকীত বহি পিঠিৰ বিষত ভুগিছে ​​নেকি? এই ৫টা সহজ নিয়মে দিব যন্ত্ৰণাৰ পৰা মুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2025 8:26 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অফিচত সোমাইয়ে চকীখনত বহিছে, আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ আগতে উঠিবলৈ সুযোগেই নাপায়। ন-দহ ঘণ্টা কাম কৰা অফিচত টয়লেটলৈ যোৱা আৰু টিফিন খোৱাকে ধৰি চকীখনৰ পৰা উঠি যাবলৈ মাত্ৰ কেইমিনিটমান সময়হে থাকে। এনেকৈয়ে দিনৰ পিছত দিন কামত ব্যস্ততাৰে পাৰ হৈ যায়। ইফালে একেৰাহে বহি থকাৰ ফলত ক্ৰমান্বয়ে কঁকাল আৰু কান্ধৰ বিষ বাঢ়িছে। ভাগৰুৱা শৰীৰেৰে ৰাতি শুই থাকিলেও শান্তি নাই, যন্ত্ৰণাত ছটফটাই থাকে।

বিশেষজ্ঞসকলৰ মতে এই বিষ-যন্ত্ৰণাই ডাঙৰ বিপদৰো সৃষ্টি কৰিব পাৰে। বহুতৰে বাবে এই বিষ দীৰ্ঘদিনীয়া হৈ পৰে। যাৰ বাবে তেওঁ ঔষধ খাবলৈ বাধ্য হয়। কিন্তু সেয়াও প্ৰায়ে লাভজনক নহয়। তেনে ক্ষেত্ৰত নিয়মিতভাৱে কেইটামান নিয়ম মানি চলি সহজেই বিষৰ পৰা মুক্তি পাব পাৰি। সেই বিষয়ে জানি লওক-

Apply Now

১. যিমানেই ব্যস্ত নহওক কিয় শাৰীৰিক ব্যায়ামক অৱহেলা কৰা উচিত নহয়। কাৰণ বিশেষজ্ঞসকলৰ মতে কেইটামান যোগাসন, ষ্ট্ৰেচ কৰিলে পিঠি, কঁকাল, কান্ধৰ বিষৰ পৰা আটাইতকৈ বেছি সকাহ পোৱা যায়। তদুপৰি, নিয়মীয়া ব্যায়ামৰ দ্বাৰাও উপকৃত হ’ব।

২. গুৰুত্বপূৰ্ণ কাম, সময়ৰ অভাৱতো থাকিবই! কিন্তু ইয়াৰ মাজতে বিৰতি ল’বলৈ চেষ্টা কৰক। প্ৰতি ঘণ্টাত অন্ততঃ ৫ মিনিট খোজ কাঢ়িব লাগে। কেৱল বিষৰ পৰা উপশম পোৱাই নহয়, চকু আৰু মূৰটোৱেও জিৰণি পাব। আৰু যদি কাম এৰি খোজ কাঢ়িব নোৱাৰে তেন্তে বহি ষ্ট্ৰেচিং কৰক। ইয়াৰ দ্বাৰাও কিছু সকাহ পাব।

৩. অফিচৰ এক ঠাইত একেৰাহে বহি কাম কৰিলে পিঠি আৰু কঁকালৰ বিষ হোৱাটো স্বাভাৱিক। তেনে ক্ষেত্ৰত বহাৰ ভংগীমা সঠিকভাৱে বজাই ৰাখিব লাগিব। কামৰ বাহিৰেও আন সময়ত, যেনে শুই থকাৰ সময়তো সঠিকভাৱে বহা আৰু শুই থকাৰ অভ্যাস কৰিব লাগে। বহু সময়ত শুৱাৰ ভুলৰ বাবেও কঁকালত চাপ পৰে। টেবুল-চকীত কাম কৰিলেও মেৰুদণ্ড পোন কৰি ৰখাটো গুৰুত্বপূৰ্ণ।

৪. অধ্যয়নত দেখা গৈছে যে শৰীৰৰ বিভিন্ন অংশত হোৱা বিষ আৰু মানসিক চাপ বা হতাশাৰ মাজত সম্পৰ্ক আছে। বিষৰ পৰা পৰিত্ৰাণ পাবলৈ মনটো ভাল ৰাখিব লাগে। নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লওক।

৫. পিঠি আৰু কঁকালৰ বিষৰ টোপনিৰ সৈতেও সম্পৰ্ক আছে। বিশেষজ্ঞসকলৰ মতে, টোপনিৰ অভাৱত কঁকালৰ বিষ বৃদ্ধি পাব পাৰে। দিনটোৰ কষ্টৰ অন্তত টোপনিৰ সময়ত শৰীৰৰ পেশী আৰু স্নায়ুবোৰ শিথিল হৈ পৰে। সেয়ে, শৰীৰ বিষমুক্ত ৰাখিবৰ বাবে দৈনিক ৭ৰ পৰা ৮ ঘণ্টা শুৱাটো জৰুৰী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd