• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সান্ধ্যভ্ৰমণ! শীতকালত সন্ধিয়া খোজ কাঢ়িলে কি লাভ হয়? এই অভ্যাস অত্যন্ত উপকাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2024 8:02 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৰীৰটো সুস্থ কৰি ৰখাত খোজ কঢ়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিকোনো ৰোগত আক্ৰান্ত লোকে খোজ কাঢ়িব পাৰে। ইয়াৰ কোনো ব্যতিক্ৰম নাই। হৃদৰোগী, ডায়েবেটিছ ৰোগী, উচ্চ ৰক্তচাপ ৰোগী সকলোৱে খোজ কাঢ়িব পাৰে। খোজকাঢ়িলে এই ৰোগবোৰৰ নেতিবাচক প্ৰভাৱ কমি যায়। ইয়াৰ উপৰিও ওজন কমাব বিচাৰিলেও খোজ কাঢ়িব পাৰে।

শীতকালত উঠি খোজ কাঢ়িবলৈ কষ্টকৰ। কিছুমান মানুহৰ শৰীৰৰ বাবে ঠাণ্ডা উপযোগী নহয়। গতিকে শীতকালত সন্ধিয়া খোজ কাঢ়িব পাৰি। সন্ধিয়া খোজ কঢ়াটো বেয়া নহয়। ৰাতিপুৱা বা সন্ধিয়া দুয়োটা সময়তে খোজ কাঢ়িব পাৰি। দুয়োটাই ভাল ফলাফল দিব।

Apply Now

এতিয়া খোৱাৰ পিছত খোজ কঢ়াৰ অভ্যাস মানুহৰ মাজত বাঢ়িছে। ৰাতি খাদ্য খোৱাৰ পিছত ১৫ মিনিট খোজ কাঢ়িলে হজম শক্তিত সহায় হয়। ৰাতি ভালকৈ টোপনি আহে।

শীতকালত সন্ধিয়া খোজ কাঢ়িব পাৰিনে?

শীতকালত ৰাতিপুৱা অতি ঠাণ্ডা হ’ব যাৰ বাবে খোজ কঢ়াত অসুবিধা হ’ব। সন্ধিয়াও ঠাণ্ডা বতাহ বলিব পাৰে। বয়সস্থ লোকৰ বাবে সন্ধিয়া খোজকাঢ়িবল যোৱাটো উপযোগী নহ’বও পাৰে। কেৱল সেয়াই নহয়, শীতকালৰ অৰ্থ হ’ল ৰাতিপুৱা আৰু গধূলি দুয়োটাতে কুঁৱলী থাকিব। এই ধৰণৰ কুঁৱলীত খোজ কাঢ়িলে আপোনাৰ উশাহ-নিশাহৰ সমস্যা হ’ব পাৰে। সন্ধিয়া নিয়মীয়াকৈ খোজ কাঢ়িলে চৰ্দি, কাহৰ দৰে সমস্যা হ’ব পাৰে।

অত্যন্ত ঠাণ্ডাত খোজ কঢ়াৰ ফলতো মূৰৰ বিষ হ’ব পাৰে। এই কথা একাংশই কোৱা শুনা যায়। শাৰীৰিক অৱস্থা ভাল হ’লে সন্ধিয়া খোজ কাঢ়িব পাৰে। কিন্তু চাইনাছ, চৰ্দি বা ৰোগ প্ৰতিৰোধ ক্ষমতা কম হ’লে শীতকালত ৰাতিপুৱা বা গধূলি খোজ কঢ়াটো ভাল নহয়।

শীতকালত খোজ কঢ়াৰ আগতে কি কৰিব লাগে?

ব্যায়াম শৰীৰৰ বাবে ভাল, গতিকে ঠাণ্ডাৰ অজুহাতত ইয়াক এৰি নিদিব। শীতকালত খোজ কঢ়াৰ আগতে কিছুমান কথা মানি চলিলে নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিব পাৰি। মুকলি ঠাইত খোজ কঢ়াৰ পৰা বিৰত থাকক। ইয়াৰ লগত কুঁৱলীৰ প্ৰত্যক্ষ সংস্পৰ্শ জড়িত হ’ব পাৰে।

আন বতৰৰ দৰে শীতকালত দীঘলীয়াকৈ খোজ কঢ়াৰ প্ৰয়োজন নাই। সন্ধিয়া কমেও ১৫ৰ পৰা ২০ মিনিট খোজ কাঢ়িলেই যথেষ্ট। খোজ কঢ়াৰ সময়ত চুৱেটাৰৰ দৰে কাপোৰেৰে শৰীৰ ঢাকি ৰাখক। উলৰ মোজা, জোতা, গ্ল’ভছ পিন্ধি খোজ কাঢ়িলে শৰীৰটো গৰম হৈ থাকিব। ই আপোনাক ঠাণ্ডাৰ সমস্যাৰ পৰা ৰক্ষা কৰিব।

সন্ধিয়া খোজকঢ়াৰ সুবিধাসমূহ:

– সন্ধিয়া খোজ কাঢ়িলে ৰক্ত সঞ্চালন উন্নত হয়। শৰীৰ সক্ৰিয় কৰি ৰখাত সহায় কৰে।

– ওজন কমোৱাত সহায় কৰে।

– ৰক্তচাপ, ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

– ৰাতি ভালকৈ টোপনি হয়।

– মানসিক চাপ কমায় আৰু পাতল অনুভৱ আনি দিয়ে।

– হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

ঘৰতে খোজ কাঢ়ক:

শীতকালত বাহিৰত খোজ কাঢ়িব নোৱাৰিলে ঘৰৰ ভিতৰতো খোজ কাঢ়িব পাৰি। ঘৰত যদি পৰ্যাপ্ত ঠাই থাকে তেন্তে কাৰ্পেটৰ ওপৰত খোজ কাঢ়িলে দ্ৰুত লাভ হ’ব। ওজন কমাবলৈ চেষ্টা কৰিলে ভাল ফলাফল পোৱা যাব। ঘৰৰ চাদত বা বেলকনিত খোজ কাঢ়িলে ঠাণ্ডাৰ পৰা ৰক্ষা পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd