• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাৰ্ট এটেক হোৱাৰ পূৰ্বাভাস কি? জানক, আৰু তাৰ বাবে আগতীয়াকৈ লওক ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2020 11:18 am
imrs.php

প্ৰতিনিধিত্বমূলক ফটো

21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৃদপিণ্ডৰ যেতিয়া কোনো শিৰাত তেজ গোট বান্ধি হৃদপিণ্ডৰ ৰক্ত সঞ্চালনত বাধাৰ সৃষ্টি কৰে তেতিয়াই হাৰ্ট এটেক হয়।

বয়স, উচ্চ ৰক্তচাপৰ সমস্যা, উচ্চ কলেষ্টৰেল, অতিৰিক্ত চৰ্বি, অস্বাস্থ্যকৰ খাদ্যাভাস, মদ্যপান, মানসিক চাপ আদি হৈছে প্ৰধানকৈ হাৰ্ট এটেকৰ কাৰণ।

Apply Now

বহু সময়ত হাৰ্ট এটেক হ’লেও সঠিকভাৱে বুজা নাযায়। কেতিয়াবা বুকুত কোনো বিষ অনুভৱ নকৰাকৈয়ো হাৰ্ট এটেক হ’ব পাৰে। ইয়াৰ ফলত হাৰ্ট এটেক  হৈছে নে নাই সেইটো ভালকৈ ধৰিব নোৱাৰি।

সেয়েহে হাৰ্ট এটেকৰ সক্ষণসমূহ জানি লোৱা ভালঃ

(ক) হৃদৰোগ বিশেষজ্ঞৰ মতে হাৰ্ট এটেকৰ প্ৰায় এমাহ পূৰ্বৰ পৰাই দুৰ্বলতা আৰু সঘন শ্বাস প্ৰশ্বাসৰ সমস্যা আৰম্ভ হয়।

কোনো কাৰণ নোহোৱাকৈ শাৰীৰিক দুৰ্বলতা আৰু খুব সহজেই ভাগৰি পৰি ঘনে ঘনে শ্বাস-প্ৰস্বাস ল’বলগীয়া সমস্যাৰ উদ্ভৱ হ’লে সতৰ্ক হোৱাৰ প্ৰয়োজন।

এনেধৰণৰ সমস্যা হ’লে বুজিব লাগিব যে হৃদপিণ্ডৰ জিৰণিৰ প্ৰয়োজন।

(খ) হঠাতে ঘামি যোৱাৰ সমস্যাৰ সৃষ্টি হ’লে সেয়া অৱহেলা কৰা উচিত নহয়। কিয়নো এইটোও হাৰ্ট এটেকৰ এটা লক্ষণ।

যেতিয়া হাৰ্ট ব্লক হয় তেতিয়া ৰক্ত সৰৱৰাহত হৃদপিণ্ডই অধিক বেছি কাম কৰিবলগীয়া হয়। এনে অতিৰিক্ত পৰিশ্ৰমৰ ফলত ঘামৰ সৃষ্টি হয় আৰু এই ঘাম সাধাৰণতে ঠাণ্ডা হয়।

এনে সমস্যাৰ উদ্ভৱ হ’লে ততাতয়াকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

(গ) গৱেষণাৰ পৰা দেখা গৈছে যে হাৰ্ট এটেকৰ পূৰ্বৰে পৰা বেছিভাগ আক্ৰান্তৰে বদহজম আৰু গেষ্ট্ৰ’ইনটেষ্টিনেলৰ সমস্যা দেখা দিয়ে। আনহাতে, বুকু জ্বলা যাক আমি সাধাৰণতে বদহজমৰ সমস্যা বুলি ভাৱি অৱহেলা কৰো সেয়াও হাৰ্ট এটেকৰ পূৰ্বাভাস হ’ব পাৰে।

তদুপৰি, ইয়াৰ লগতে হঠাতে কোনো কাৰণ নোহোৱাকৈ মূৰ ঘৰোৱা, বমি বমি লগা ভাৱ আৰু বমি কৰাৰ বিষয়বোৰ অৱহেলা নকৰিব।

(ঘ) বহু সময়ত হাৰ্ট এটেকৰ সময়ত বুকুত বেদনা অনুভৱ নহয়। এনে ক্ষেত্ৰত বুকুত অস্বস্তিকৰ অনুভুতি আৰু বুকুত হেচা মাৰি ধৰা গধূৰ ভাৱ অনুভৱ কৰা বিষয়টো গুৰুত্ব দিয়া উচিত।

এনেকুৱা সময় শ্বাস লওতেও সমস্যা হ’ব পাৰে। এই সকলো বিষয় চকুত ধৰা পৰিলেই চিকিৎসকৰ ওচৰলৈ যোৱা উচিত।

( ঙ) কেবল বুকুৰ বিষেই নহয়, শৰীৰৰ আন কিছুমান অংগত বিষ অনুভৱ কৰিলেও সেয়া হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে।

পেটৰ ওপৰৰ অংশ, কান্ধ, পিঠি,ডিঙি, দাঁত আৰু বাও বাহুত হঠাৎ অতিৰিক্ত বিষ বা চাপ অনুভৱ কৰিলে সেয়াও হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে।

এইবোৰ সমস্যাৰ উদ্ভৱ হ’লে ইয়াক অৱহেলা নকৰি শীঘ্ৰেই চিকিৎসকৰ ওচৰলৈ গৈ পৰামৰ্শ কৰি চিকিৎসা গ্ৰহণ কৰা উচিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd