• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Independence Day 2022: National Flagস্বাধীনতা দিৱস উদযাপনৰ মুহূৰ্তত জানি লওক ভাৰতৰ জাতীয় পতাকা সম্পৰ্কে কিছু অজান তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2022 12:27 pm
জাতীয় পতাকা।

জাতীয় পতাকা।

24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

National flag দেশৰ স্বাধীনতা দিৱস উদযাপনলৈ মাজত আৰু দুদিন আছে। ব্ৰিটিছ শাসনৰ পৰা মুক্ত হোৱাৰ পিছত ভাৰতৰ ভূমি স্বাধীন হৈছিল। অৱশ্যে, স্বাধীনতা অৰ্জন কৰাটো একেবাৰে সহজ নাছিল। ভাৰতে বহু সাহসী যোদ্ধাৰ ৰক্তক্ষয়ী সংগ্ৰামৰ জৰিয়তে স্বাধীনতাৰ মুখ দেখিছিল। সেয়ে এই দিনটোত আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগকো স্মৰণ কৰা হয়। প্ৰতিবাৰেই আমাৰ সেই মহান বিপ্লৱীসকলক স্মৰণ কৰি এই বিশেষ দিনটো উদযাপন কৰা হয়।

দেশৰ পতাকা উত্তোলন কৰি এই দিনটো অতি ধুমধামেৰে উদযাপন কৰা হয়। জাতীয় পতাকাই ভাৰতৰ জনসাধাৰণৰ গৌৰৱ আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে কিছু অজান তথ্য জানি থও আহকঃ-

ক) ভাৰতৰ জাতীয় পতাকাখন অন্ধ্ৰ প্ৰদেশৰ এজন স্বাধীনতা সংগ্ৰামী পিঙ্গালী ভেংকায়াই ডিজাইন কৰিছিল।

Apply Now

খ)১৯০৬ চনৰ ৭ আগষ্টত কলকাতাৰ পাৰ্চী বাগান স্কোৱেৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় পতাকা উৰুওৱা হৈছিল। সেই সময়ত পতাকাখনত তিনিটা ৰং আছিল- ৰঙা, হালধীয়া আৰু সেউজীয়া।

গ) ভাৰতৰ নিয়ম অনুসৰি খাদী কাপোৰেৰে জাতীয় পতাকা নিৰ্মাণ কৰা হয়। এই খাদী কাপোৰখন প্ৰকৃততে এক বিশেষ ধৰণৰ হস্ততাঁতৰ দ্বাৰা নিৰ্মিত।

ঘ) বিকাজী ৰুস্তম কামাই বিদেশৰ মাটিত প্ৰথম খন ভাৰতীয় পতাকা উত্তোলন কৰে।

ঙ)১৯৫৩ চনৰ ২৯ মে তাৰিখে পৰ্বতাৰোহী টেনজিং নৰ্গে প্ৰথমবাৰৰ বাবে এভাৰেষ্টৰ শীৰ্ষত ভাৰতীয় পতাকা উত্তোলন কৰে।

চ) নিয়ম অনুসৰি ৰাতিপুৱা জাতীয় পতাকা উত্তোলন কৰিব লাগে। য’ত পতাকা উত্তোলন কৰা হয় তাত আন কোনো পতাকা বা চিহ্ন থাকিব নালাগে। পতাকাখনে কেতিয়াও মাটি বা পানী স্পৰ্শ কৰিব নালাগে আৰু ইয়াক ওলোটাকৈ ৰাখিব নোৱাৰি।

ছ) কোনো পৰিস্থিতিত পতাকাখন মাটিত ৰাখিব বা পেলাই দিব নোৱাৰি। পতাকা ভাঁজ কৰাৰ বাবেও নিৰ্দিষ্ট নিয়মো আছে।

জ) ১৯৪৭ চনৰ ১৫ আগষ্টত ব্ৰিটিছ চৰকাৰৰ পৰা স্বাধীনতা পোৱাৰ ঠিক আগতে ১৯৪৭ চনৰ ২২ জুলাইত ভাৰতীয় পতাকা গ্ৰহণ কৰা হয়।

ঝ) জাতীয় পতাকাৰ গেৰুৱা ৰং হৈছে ত্যাগ আৰু বীৰত্বৰ প্ৰতীক, আনহাতে বগা ৰং হৈছে সত্য, শান্তি আৰু বিশুদ্ধতাৰ প্ৰতীক। সেউজীয়া ৰঙে সমৃদ্ধি সূচায় আৰু অশোক চক্ৰ ধৰ্ম আৰু প্ৰগতিৰ প্ৰতীক।

ঞ) যেতিয়া এজন বিদেশী প্ৰতিনিধিয়ে ভাৰত চৰকাৰৰ বাহন ব্যৱহাৰ কৰে তেতিয়া এই পতাকাখন বাহনখনৰ সোঁফালে থাকিব আৰু এই পতাকাখন বিদেশত ভাৰতৰ প্ৰতিনিধিৰ বাহনৰ বাওঁফালে ৰখাৰ নিয়ম আছে।

Also read : Independence day wishes in Assamese for WhatsApp and Facebook

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd