• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে? ইয়াৰ আঁৰত আছে বিজ্ঞানৰ খেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2024 8:02 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমক প্ৰায়ে আৱেগৰ ৰোলাৰকোষ্টাৰ হিচাপে দেখুওৱা হয়। ই কেৱল ৰোমান্টিক কল্পনা নহয়, প্ৰেমৰ সময়ত আমাৰ শৰীৰ আৰু মনত বহুতো ৰাসায়নিক পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনবোৰ বুজি পাই আমি জানিব পাৰোঁ যে প্ৰেমে আমাৰ আচৰণ আৰু সম্পৰ্কত কেনে প্ৰভাৱ পেলায়।

যেতিয়া আপুনি প্ৰেমত পৰে?

Apply Now

যদি কাৰোবাৰ বাবে আপোনাৰ হৃদয়খনে ধপধপাইবলৈ আৰম্ভ কৰে, তেন্তে আপুনি জানে যে আপোনাৰ মগজু আৰু শৰীৰত কিছু ৰাসায়নিক পৰিৱৰ্তন ঘটিছে। প্ৰেমৰ প্ৰাৰম্ভিক পৰ্যায়ত মগজুৱে ড’পামিন, অক্সিট’চিন, ন’ৰেপিনেফ্ৰিন আৰু ভেছ’প্ৰেচিন আদি হৰম’ন আৰু নিউৰ’ট্ৰান্সমিটাৰৰ মিশ্ৰণ নিৰ্গত কৰে। এই হৰম’নবোৰৰ বিষয়ে জানি ওও আহক।

ড’পামিন (Dopamine)

ইয়াক “feel-good” হৰম’ন বুলিও কোৱা হয়, যিয়ে আনন্দ আৰু উপভোগৰ অনুভূতি দিয়ে। ভালপোৱা কোনোবা এজনৰ কথা ভাবিলে মগজুৰ কিছু অংশ সক্ৰিয় হৈ পৰে আৰু ড’পামিনৰ উৎপাদন বাঢ়ি যায়। সেইবাবেই প্ৰেমত পৰাটো নিচা যেন লাগে।

নৰেপিনেফ্ৰিন (Norepinephrine)

এই হৰম’নে আপোনাৰ হৃদস্পন্দন দ্ৰুত কৰি তোলে, হাত-ভৰি ঘামি উঠে, আৰু আপোনাক উত্তেজনাৰে ভৰাই তোলে। প্ৰেমৰ আৰম্ভণিৰ দিনবোৰৰ উত্তেজনা আৰু উদ্দীপনা ইয়াৰ বাবেই হয়।

অক্সিট’চিন (Oxytocin)

ইয়াক “প্ৰেম হৰম’ন” বুলি কোৱা হয়, যিটো আলিংগন বা স্পৰ্শৰ দ্বাৰা নিঃসৰিত হয়। ই দুজন মানুহৰ মাজত গভীৰ সংযোগ আৰু বিশ্বাসৰ সৃষ্টি কৰে। ইয়াৰ উপৰি ভেছ’প্ৰেচিনো (Vasopressin) নিঃসৰিত হয়। এই হৰম’নে দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি আৰু নিৰাপত্তাবোধক প্ৰসাৰিত কৰে।

প্ৰেম কিয় নিচাৰ দৰে অনুভৱ হয়

প্ৰখ্যাত জীৱবিজ্ঞানী হেলেন ফিচাৰে কয় যে প্ৰেমৰ মগজুৰ ওপৰত নিচাযুক্ত পদাৰ্থৰ দৰেই প্ৰভাৱ পৰে। প্ৰেমত পৰিলে আমাৰ মগজুৱে সেই উচ্চ অনুভৱটোক বাৰে বাৰে বিচাৰি ফুৰে। এই কাৰণেই প্ৰেমৰ প্ৰাৰম্ভিক পৰ্যায়টো আৱেগেৰে ভৰপূৰ।

প্ৰেমত আচৰণগত পৰিৱৰ্তন

প্ৰেমত পৰাৰ পিছত মানুহে নিজৰ সংগীৰ সৈতে অধিক সময় কটাবলৈ চেষ্টা কৰে, নিজৰ ৰুটিন সলনি কৰিবলৈ আনকি শাৰীৰিক ৰূপো সলনি কৰিবলৈ চেষ্টা কৰে। এই সকলোবোৰ মগজুৰ পুৰস্কাৰ ব্যৱস্থাৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, যিয়ে আমাৰ সংগীক বিশেষ অনুভৱ কৰিবলৈ প্ৰেৰণা দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd