• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গণেশ চতুর্থী বিশেষ: গণেশ পূজাত বিশেষ তাৎপৰ্যপূৰ্ণ ৰিদ্ধি-সিদ্ধি; জানেনে তেওঁলোক কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2023 11:14 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গণেশ চতুৰ্থী উৎসৱ প্ৰতি বছৰে ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থী তিথিত পালন কৰা হয়। এইবাৰ ১৯ ছেপ্টেম্বৰ মঙলবাৰে গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। গণেশক বিঘ্ননাশক বুলি জনা যায়। ভগৱান গণেশে সকলো দুৰ্দশা দূৰ কৰি ভক্তৰ ইচ্ছা পূৰণ কৰে। গণেশ পূজাত ৰিদ্ধি-সিদ্ধিৰ অতি গুৰুত্ব আছে। তেওঁলোক কোন?

গণেশৰ দুই পত্নী

পৌৰাণিক কাহিনী অনুসৰি ভগৱান গণেশৰ দুগৰাকী পত্নী আছিল। ৰিদ্ধি আৰু সিদ্ধি। কিন্তু ভগৱান গণেশৰ দুগৰাকী পত্নী কিয় আছে জানেনে?

পৌৰাণিক কাহিনী মতে এসময়ত গণেশে তপস্যা কৰি আছিল। ঠিক তেতিয়াই তপস্যা কৰি থকা ভগৱান গণেশৰ কাষেৰে দেৱী তুলসী পাৰ হৈ গৈছিল। অদ্ভুত ৰূপৰ গণেশক দেখি তেওঁ মন্ত্ৰমুগ্ধ হৈ পৰিল। দেৱী তুলসীয়ে গণেশক বিয়া কৰাব বিচাৰিছিল। কিন্তু ভগৱান গণেশে তেওঁ বিবাহিত বুলি কৈ দেৱী তুলসীৰ প্ৰস্তাৱ নাকচ কৰে। এই কথাত দেৱী তুলসী অতিশয় দুখী হৈ পৰিল। ফলত তেওঁ লগে লগে ভগৱান গণেশক অভিশাপ দিলে। তুলসীয়ে অভিশাপ দিছিল যে গণেশৰ এটা নহয় দুটা বিবাহ হ’ব।

Apply Now

এই অভিশাপত ভগৱান গণেশে বৰ ক্ৰুদ্ধ হৈ পৰে আৰু তুলসী দেৱীক অসুৰৰ লগত বিয়া হ’ব বুলি অভিশাপ দিয়ে। এই কাৰণেই ভগৱান গণেশৰ পূজাত তুলসী ব্যৱহাৰ কৰা নহয়।

আন এক কাহিনী, অনুসৰি ভগৱান গণেশে ব্ৰহ্মচাৰী হৈ থাকিব বিচাৰিছিল। কাৰণ ডাঙৰ পেট আৰু হাতীৰ দৰে মুখৰ বাবে তেওঁক কোনেও বিয়া নকৰে বুলি ভাবিছিল। এই কাৰণেই তেওঁ ব্ৰহ্মচৰ্য জীৱনৰ অভ্যাস আৰম্ভ কৰে। আনকি তেওঁ আন দেৱতাসকলৰ বিবাহতো বাধা দি আছিল। বাকী দেৱতাসকলে গজাননৰ এই সিদ্ধান্তত বিচলিত হৈ আটাইকেইজন ভগৱান ব্ৰহ্মাৰ কাষ চাপিল। তেতিয়া ব্ৰহ্মাৰ সহায়ত দুগৰাকী কন্যা ৰিদ্ধি আৰু সিদ্ধি আবিৰ্ভাৱ হ’ল। দুয়োজনেই ভগৱান ব্ৰহ্মাৰ মানস কন্যা। ইয়াৰ পিছত ভগৱান ব্ৰহ্মাই এই দুগৰাকী কন্যাক লৈ শ্ৰী গণেশৰ কাষ চাপিল। কন্যা দুগৰাকীক শিক্ষা দিবলৈ কয়।

ব্ৰহ্মাৰ নিৰ্দেশ মতে গণেশে ৰিদ্ধি-সিদ্ধিক শিক্ষা দিবলৈ আৰম্ভ কৰিলে। এনে পৰিস্থিতিত যেতিয়াই গজাননৰ ওচৰলৈ কোনো দেৱতাৰ বিবাহৰ খবৰ আহিছিল, তেতিয়াই ৰিদ্ধি আৰু সিদ্ধিয়ে তেওঁক বিপথে পৰিচালিত কৰিছিল। এদিন গণপতিয়ে খবৰ পালে যে সকলো বিবাহ কোনো সমস্যা নোহোৱাকৈয়ে হৈছিল।

ইয়াৰ পিছত গজাননে ৰিদ্ধি-সিধিৰ ওপৰত অতিশয় ক্ষুব্ধ হৈ উঠিল। খঙত তেওঁ ৰিদ্ধি সিদ্ধিক গালি পাৰিবলৈ ধৰিলে। তেতিয়া ব্ৰহ্মাই তাত উপস্থিত হৈ গণেশৰ সন্মুখত ৰিদ্ধি আৰু সিদ্ধিৰ বিবাহৰ প্ৰস্তাৱ দিলে। তাৰ পিছত দুয়োকে বহু ধুমধামেৰে বিয়া পাতিলে। ইয়াৰ পিছত তেওঁলোকৰ দুজন পুত্ৰৰ জন্ম হ’ল যাৰ নাম হ’ল শুভ আৰু লাভ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd