• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীতকালত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়? কোন লক্ষণত লুকাই আছে বিপদ? জানক গৱেষণাৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 20, 2024 9:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীতকালে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায়। বিশেষকৈ হৃদৰোগ বা হৃদযন্ত্ৰৰ সমস্যাৰ আশংকা থকাসকলৰ বাবে ঠাণ্ডা বতৰত সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। গৱেষণাত দেখা গৈছে যে শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা গ্ৰীষ্মকালতকৈ প্ৰায় ৫৩ শতাংশ বেছি। সেয়ে এই সময়ত হৃদযন্ত্ৰৰ অতিৰিক্ত যত্ন লোৱাটো অতি প্ৰয়োজনীয়।

দৰাচলতে হঠাৎ উষ্ণতাৰ পৰিৱৰ্তনে হৃদযন্ত্ৰৰ লগতে শৰীৰৰ অন্যান্য অংগতো প্ৰভাৱ পেলায়। শীতকালত আমাৰ শৰীৰত ৰক্তচাপ বৃদ্ধি পায়। সেয়ে গোটেই শৰীৰলৈ তেজ যোগান ধৰিবলৈ হৃদযন্ত্ৰই দুগুণ কাম কৰিব লগা হয়।

Apply Now

বিশেষজ্ঞসকলৰ মতে বাহিৰৰ উষ্ণতা বেছিকৈ কমি গ’লে শৰীৰৰ স্বাভাৱিক উষ্ণতা বজাই ৰখাটো কঠিন হৈ পৰে। ই হৃদযন্ত্ৰৰ ৰক্তবাহী নলীৰ ক্ষতি কৰে। তেনে ক্ষেত্ৰত যদি ইতিমধ্যে হৃদৰোগ আছে তেন্তে শৰীৰে এই পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ অধিক সমস্যাৰ সন্মুখীন হয়।

তদুপৰি, শীতকালত শৰীৰক অধিক অক্সিজেনৰ প্ৰয়োজন হয়। ৰক্তবাহী নলী সংকীৰ্ণ হোৱাৰ লগে লগে হৃদযন্ত্ৰত অক্সিজেন কমকৈ পোৱা যায়। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

ইয়াৰ লগতে ঠাণ্ডাৰ সময়ত খোজ কঢ়া বা ব্যায়াম কৰাৰ ইচ্ছাও কমি যায়। খাদ্যাভ্যাসতো পৰিৱৰ্তন আহে। অতিৰিক্তভাৱে খোৱা খাদ্যই শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।

শীতকালত বহুতৰে হাঁপানী বা এজমা বৃদ্ধি পায়। এলাৰ্জীৰ সমস্যাত ভুগি থাকে। জটিল শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ ফলত অক্সিজেন পোৱাত অসুবিধা হয়। তেতিয়াও ই হৃদযন্ত্ৰৰ পেশীত চাপ প্ৰয়োগ কৰিব পাৰে।

কোন কোন লক্ষণ দেখা পালে সতৰ্ক হ’ব:

  • হঠাতে বুকুৰ বিষ হোৱা, বিশেষকৈ বুকুৰ মাজভাগ বা বাওঁফালে চাপ বা অস্বস্তি অনুভৱ কৰিলে আওকাণ কৰিব নালাগে
  • হঠাৎ উশাহ লোৱাত কষ্ট পোৱাটো হৃদৰোগৰ লক্ষণ হ’ব পাৰে। বুকুৰ বিষ আৰু উশাহ-নিশাহৰ সমস্যা হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।
  • শীতকালৰ নিশা হঠাতে প্ৰচুৰ ঘাম ওলোৱাটো একেবাৰেই ভাল লক্ষণ নহয়। ই লুকাই থকা হৃদৰোগৰ লক্ষণ।
  • শীতকালীন সন্ধিয়াৰ পৰা হঠাতে ক্লান্ত অনুভৱ কৰিলেও সাৱধান হোৱাটো প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am
ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

ভাৰতৰ বাবে উদ্বেগ বৃদ্ধি কৰিছে ব্ৰহ্মপুত্ৰৰ উৎসমুখত চীনৰ ৬০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পই

August 30, 2026 8:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd