• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কমতাপুৰ প্ৰসংগত পুনৰ সৰৱ আক্ৰাছু; ২৮ আগষ্টত ‘প্ৰতাৰণা দিৱস’, ২৯ৰ পৰা ৩৬ ঘণ্টীয়া অসম বন্ধ

NE NOW NEWS এন ই নাও নিউজ
বঙাইগাঁও , August 23, 2018 7:27 am

2 min read

Our-demands-2

প্ৰতিনিধিত্বমূলক চিত্ৰ

89
VIEWS
Share on FacebookShare on Twitter

জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগত পুনৰ সৰৱ হৈ পৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু । সংগঠনটোৱে বিভিন্ন সময়ত এই দুটা প্ৰসংগক লৈ আন্দোলন, ধৰ্ণা, বন্ধ, পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে বিষয়টো সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান নকৰাত পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংগঠনটোৱে বুধবাৰে এক সংবাদমেল যোগে প্ৰকাশ কৰে।

আক্ৰাছুৰ বঙাইগাঁও বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি অহা ২৮ আগষ্টত ৰাজহুৱা স্থানত ক’লা পতাকা উত্তোলন কৰি ৰাজ্যজুৰি পালন কৰিব ‘প্ৰতাৰণা দিৱস’।

আনহাতে ২৯ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ৩৬ ঘণ্টীয়া অসম তথা কমতাপুৰ বন্ধৰ আহ্বান জনায়। ইয়াৰ পাছতো যদি চৰকাৰে কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰে তেনেহ’লে অহা ১০ ছেপ্তেম্বৰৰ পুৱা ৫ বজাৰ পৰা ১০০ ঘণ্টীয়া চকাবন্ধ কাৰ্যসূচী পালন কৰা  হ’ব।

ইফালে ইমানবোৰ কাৰ্যসূচীৰ পাছতো যদি চৰকাৰে ইতিবাচক সিদ্ধান্ত নলয় তেন্তে অহা ২৭ ছেপ্তেম্বৰৰ পৰা অনিৰ্দিষ্টকালীনভাৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংগঠনটোৰ নেতৃত্বই হুংকাৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে সংবাদমেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে জানিবলৈ দি কয় যে ১৯৪৯ চনৰ ২৮ আগষ্টত কোচবিহাৰ ৰাজ্য আৰু ভাৰত চৰকাৰৰ মাজত চুক্তি অনুষ্ঠিত হৈ কোচবিহাৰ ৰাজ্য ভাৰতৰ সৈতে চামিল হৈছিল। আৰু চুক্তি অনুসৰি ভাৰত চৰকাৰে কোচবিহাৰক ‘গ’ শ্ৰেণীৰ ৰাজ্য হিচাপে স্বীকৃতি দিব লাগিছিল যদিও আজি পৰ্যন্ত মৰ্যাদা নোপোৱাত সেয়ে উক্ত দিনা ‘প্ৰতাৰণা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছো।

জানিব পৰা মতে ২১ আগষ্টৰ দিনা বঙাইগাঁৱত আক্ৰাছু আৰু ইয়াৰ ভাতৃ-ভগ্নী সংগঠনসমূহৰ সমিতিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাতে এই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd