• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘টকা নাই বাবে আমি ডাঙৰ সভা পতা নাই, ঘৰে ঘৰে গৈছো, তথাপি আমি চৰকাৰ বনাম’ : নৱ শৰণীয়া

হাগ্ৰামাই ১০ খন আসন পাব, বাকীখিনি আমি পাম : শৰণীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 11, 2020 7:43 pm
7c38beb4-09d6-4470-ac33-4c5129f7578b
326
VIEWS
Share on FacebookShare on Twitter

‘টকা নাই বাবে আমি ডাঙৰ সভা পতা নাই, মানুহৰ ঘৰে ঘৰে গৈছো, তথাপি আমি চৰকাৰ বনাম।‘ দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এই দাবী কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই।

গণ সুৰক্ষা পাৰ্টীয়ে বিটিচিত সংখ্যাগৰিষ্ঠ আসন লৈ পৰিষদ গঠন কৰিব বুলি তেওঁ দাবী কৰে।

তেওঁ আৰু কয় ‘হিমন্ত, হাগ্ৰামাৰ বিশাল বিশাল সভা অনুষ্ঠিত হৈ আছে। হিমন্তৰ এখন সভাৰ নামত ৫০-৬০ লাখ টকা ব্যয় হৈছে। এই টকাৰ হিচাপ কোনে দিব? আমাৰ টকা নাই। আমি সভা কৰিব পৰা নাই।‘

ইপিনে, এইবাৰ বিটিছিত য়ুপিপিএল আৰু বিজেপিৰ মাজত মিত্ৰতা হ’ব বুলি দাবী কৰি শৰণীয়াই লগতে কয় ‘বিজেপি য়ুপিপিএলৰ বুজা বুজি অ’পেন চিক্ৰেট হৈ আছে।‘

ইপিনে, গণ সুৰক্ষা পাৰ্টীয়ে ৩০+ আসন লৈ জয়ী হ’ব বুলি দাবী কৰি শৰণীয়াই লগতে কয় ‘হাগ্ৰামাই ১০ খন আসন লাভ কৰিব পাৰে।‘

ইপিনে, বিশ্বজিৎ দৈমাৰীয়ে বিপিএফৰ পৰা পদত্যাগ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৰণীয়াই কয় ‘বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাত নিৰ্বাচন খেলোতেও কৈছিলোঁ তেওঁ বিজেপিৰ প্ৰাৰ্থী BPF নহয়। বিশ্বজিৎ যে বিজেপিৰ প্ৰতি বেছি ল’য়েল আছিল আমি জানিছিলোঁ। দৈমাৰীক নতুন ইনিংছৰ বাবে শুভেচ্ছা জনাইছোঁ।’

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd