DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত পুনৰ বৃহৎ পৰিমানৰ অস্ত্ৰ উদ্ধাৰ; বনাঞ্চলত বাহৰ পাতিছে উগ্ৰপন্থী সদস্যই

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 14, 2021 12:11 pm
Kokrajhar Arms recovered final

ফটো: নৰ্থইষ্ট নাও।

202
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰত পুনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ হৈছে। কোকৰাঝাৰ জিলাৰ বিস্মুৰী আৰক্ষী চকীৰ অন্তৰ্গত দিগ্লিপাৰা জংগল অঞ্চলত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই অস্ত্ৰ।

কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বৰ এটা আৰক্ষী দলে অভিযান চলোৱাত উদ্ধাৰ কৰা অত্যাধুনিক অস্ত্ৰৰ মাজত আছে দুখন এ কে ৫৬ ৰাইফল, দুটা এ কে মেগজিন, ২৯ টা এ কে ৰাইফলৰ সজীৱ গুলি আৰু এটা ৰিভলভাৰ।

বি টি এ ডিৰ আইজিপি এল আৰ বিষ্ণইয়ে সংবাদ মেলত সদৰী কৰা মতে কোকৰাঝাৰ আৰক্ষীয়ে চলিত বৰ্ষত ৩৭ বিধ অত্যাধুনিক অস্ত্ৰকে ধৰি মুঠ ৮০ বিধ অস্ত্ৰ আৰু ২৫০০ সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে, নিৰ্বাচনকেন্দ্ৰিক অভিযানত শেহতীয়াভাৱে ২২০০০ লিটাৰ অবৈধ সুৰা আৰু ৫১ লাখ নগদ ধন জব্দ কৰা বুলি জানিব দিয়ে।

সেইদৰে, এন ডি এফ বিৰ দুৰ্ধৰ্ষ নেতা এম বাথাৰ নেতৃত্বত ৩০জনৰো অধিক উগ্ৰপন্থী সদস্য পুনৰ বনাঞ্চলত বাহৰ পাতি থকা বুলি বিস্ফোৰক মন্তব্য কৰে আইজিপিগৰাকীয়ে।

আৰক্ষীয়ে প্ৰতিজন সদস্যৰ লগতে অত্যাধুনিক অস্ত্ৰ থকাৰ তথ্য লাভ কৰিছে। বাথাই যি পৰিকল্পনা হাতত লৈছে সেয়া কেতিয়াও সফল হ’বলৈ দিয়া নহয় বুলি  আইজিপি বিষ্ণইয়ে স্পষ্টভাৱে কয়।

বাথাৰ নেতৃত্বৰ এনডিএফবি দলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান অব্যাহত ৰখা হৈছে বুলিও জানিব দি অতি শীঘ্ৰে তেওঁলোক ধৰা পৰিব বুলিও আইজিপিগৰাকীয়েয়ে দাবী কৰে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd