• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰত খ্ৰীষ্টধৰ্মলৈ ভাবুকি কোৰিয়ান “কাল্ট” গোটৰ

অনুপ শৰ্মা by অনুপ শৰ্মা
August 13, 2019 8:29 pm
Korean cult group threatens Christianity: Baptist Church in Manipur sounds alert

এম বি চি চেণ্টাৰ চাৰ্চ। ছবি সৌজন্য-- ফে’চবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উত্তৰ-পূবত বিশেষ প্ৰভাৱ থকা খ্ৰীষ্ট ধৰ্মই এক ভাবুকিৰ সন্মুখীন হৈছে।

উত্তৰ-পূবত বিশেষকৈ মণিপুৰত দক্ষিণ কোৰিয়াৰ এক “কাল্ট” গোটে খ্ৰীষ্টধৰ্মৰ প্ৰতি এই ভাবুকিৰ সৃষ্টি কৰাৰ অভিযোগ উঠিছে।

Apply Now

মণিপুৰত ৪০ শতাংশতকৈ অধিক লোক খ্ৰীষ্টধৰ্মী। কিন্তু, ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰ্জিবলৈ সক্ষম হোৱা “শ্বিনচেঅনজি” নামৰ দক্ষিণ কোৰীয় কাল্ট গোটটোৰ পৰা নিজৰ অনুগামীক আঁতৰি থাকিবলৈ মণিপুৰ বেপ্তিষ্ট কনভেনচনে সাৱধানবাণী জাৰি কৰিছে।

“মণিপুৰ বেপ্তিষ্ট কনভেনচনৰ সকলো অনুষ্ঠান আৰু গীৰ্জাৰ জ্ঞাতাৰ্থে জনোৱা হয় যে দক্ষিণ কোৰিয়াৰ পৰা অহা ‘শ্বিনচেঅনজি’ নামৰ বিপজ্জনক, প্ৰথাবিৰোধী কাল্ট গোটটো সন্দৰ্ভত সজাগ আৰু সতৰ্ক হৈ থাকে যেন,” কনভেনচনৰ সাধাৰণ সম্পাদক ৰেভাৰেণ্ড ৱুংনাতইং কংগাৰৰ মন্তব্য।

তেওঁৰ মতে, কোৰীয় ধৰ্মীয় গোটটোৰ নেতা মেন-হী-লীয়ে খ্ৰীষ্ট শাস্ত্ৰৰ গোপন জ্ঞান থকা বুলি দাবী কৰে আৰু লগতে দাবী কৰে যে এই জ্ঞান বাকী আন খ্ৰীষ্ট পাদুৰীসকলৰ নাই।

“শ্বিনচেঅনজিৰ শিক্ষা অনুসৰণ আৰু শ্ৰৱণৰ জৰিয়তেহে ইশ্বৰক জানিব পৰা যায়,” গোটটোৰ দাবী সন্দৰ্ভত ৰেভাৰেণ্ডজনৰ মন্তব্য।

কংগাৰে কয় যে মণিপুৰৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ বহুলোক ইতিমধ্যে কোৰীয় গোটটোৰ “চিকাৰ” হৈছে।

“আমাৰ বাবে এটা প্ৰধান উদ্বিগ্নতা হৈছে তেওঁলোকে আমাৰ গীৰ্জাবিলাকত অনুপ্ৰৱেশ ঘটাইছে আৰু তেওঁলোকৰ বাইবেল অধ্যয়নৰ ভুৱা পদ্ধতিলৈ আমাৰ ডেকাচামক প্ৰলুব্ধ কৰিছে,” তেওঁ কয়।

তেওঁলোকৰ ধৰ্মীয় শিক্ষাক “ভুৱা আৰু প্ৰতাৰণামূলক” বুলিও ৰেভাৰেণ্ডজনে মন্তব্য কৰিছে।

“শ্বিনচেঅনজি” ১৯৮৪ চনত দক্ষিণ কোৰিয়াত সংগঠিত হোৱা এক ধৰ্মপন্থা। পূৰ্বে লণ্ডনতো গীৰ্জাসমূহে ইয়াৰ বিৰুদ্ধে বিবৃতি জাৰি কৰিছিল।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd