• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজেন গোহাঁইক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ অৱস্থান ধৰ্মঘট

NE NOW NEWS মিণ্টু দাস
নগাঁও , September 4, 2018 9:45 pm

1 min read

Krishak Sramik Unnayan Parishad
94
VIEWS
Share on FacebookShare on Twitter

যৌন কেলেংকাৰিত অভিযুক্ত নগাঁৱৰ সাংসদ তথা কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত কৃষক-শ্ৰমিক উন্নয়ন পৰিষদে আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত পৰিষদৰ কেন্দ্ৰীয় আৰু নগাঁও জিলা সমিতিৰ যৌথ উদ্যোগত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে, জিলাখনৰ এগৰাকী মহিলাই সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছত সাংসদগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৭/৩৭৬/৫০৬ ধাৰাত তিনিটাকৈ গোচৰ পঞ্জীয়ন হৈছিল।

আশ্চৰ্যজনক বিষয় যে, সাংসদগৰাকীৰ বিৰুদ্ধে উক্ত অভিযোগত জামিনবিহীন গোচৰ পঞ্জীয়ন হোৱাৰ পিছতো নগাঁও আৰক্ষীয়ে ক্ষমতাত বলীয়ান জনপ্ৰতিনিধিৰ বিৰুদ্ধে অতি লজ্জাজনকভাৱে বৰ্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস গোটাব পৰা নাই।

পৰিষদৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ কলিতা, যুটীয়া সম্পাদক উৎপল বৰুৱা, জিলা সভাপতি-সাধাৰণ সম্পাদক প্ৰাণতোষ হাজৰিকা, অম্লানজ্যোতি মহন্ত প্ৰমুখ্যে প্ৰায় শতাধিক সদস্যই মন্ত্ৰী গোহাঁইক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তোলে।

পিছত প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্তৰ জৰিয়তে উক্ত বিষয় উল্লেখ কৰি ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd