• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰকিবুল হুছেইনৰ বিৰুদ্ধে দিচপুৰ থানাত এজাহাৰ কে এচ য়ু পিৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 1, 2019 7:30 am

1 min read

KSUP files FIR against former Assam minister Rockybul Hussain

ৰকিবুল হুছেইনৰ ফাইল ছবি।

569
VIEWS
Share on FacebookShare on Twitter

কৃষক শ্ৰমিক উন্নয়ন পৰিষদে প্ৰাক্তন কংগ্রেছী মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৱাহাটীৰ দিচপুৰ থানাত বুধবাৰে এজাহাৰ দাখিল কৰিছে।

প্ৰাক্তন বন মন্ত্ৰী হুছেইন গঁড় হত্যাত জৰিত থকা বুলি কে এচ য়ু পিয়ে অভিযোগ দাখিল কৰিছে।

সংস্থাটোৰ মতে, হুছেইনৰ কংগ্ৰেছী সতীৰ্থ দুলু আহমেদে শেহতীয়াকৈ উত্থাপন কৰা অভিযোগত “নিশ্চিত সত্যতা” থকা বুলি তেওঁলোকে সন্দেহ কৰিছে।

“অসমৰ প্ৰাক্তন বন মন্ত্ৰী ৰকিবুল হুছেইন গঁড়ৰ অবৈধ চিকাৰত জড়িত বুলি তেওঁ ঘনিষ্ঠ সতীৰ্থ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দুলু আহমেদে ৰাজহুৱাভাৱে যি গুৰুতৰ অভিযোগ আনিছে, ইয়াৰ আঁৰত সত্যতা থকা বুলি আমি নিশ্চিত সন্দেহ প্ৰকাশ কৰিছো”, পৰিষদৰ এজাহাৰত উল্লেখ।

সংস্থাটোৱে বিষয়টোৰ ক্ষীপ্ৰ তদন্তৰ দাবী কৰিছে।

“মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছ নেতা দুলু আহমেদক তদন্তৰ আওতালৈ আনি স্পৰ্শকাতৰ বিষয়টোৰ ক্ষেত্ৰত আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত কৰিব লাগে”, এজাহাৰ দাখিলৰ পিছতে নৰ্থ ইষ্ট নাও-ক জনায় সংস্থাটোৰ সভাপতি প্ৰদীপ কলিতাই।

তাৰোপৰি “এক উচিত তদন্ত কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ”ও তেওঁ দাবী জনাইছে।

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে গঁড় হত্যাত জৰিত থকাৰ প্ৰকাৰান্তৰে অভিযোগ আনি ইতিমধ্যে দলৰ পৰা নিলম্বন হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদ।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd