DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মৃত্যুদণ্ডৰ আদেশ পুনৰ বিবেচনাৰ আবেদন জনোৱাৰ ইচ্ছা কৰা নাই কুলভূষণে : পাকিস্তান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2020 4:03 pm
download
26.6k
VIEWS
Share on FacebookShare on Twitter

 

পাকিস্তানৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পাক সেনাই ২০১৬ চনত ইৰাণৰ চাবাহাৰ বন্দৰৰ পৰা ধৰি লৈ যোৱা ভাৰতীয় নৌসেনা বাহিনীৰ প্ৰাক্তন বিষয়া কুলভূষণ যাদৱে মৃত্যুদণ্ডৰ আদেশ পুনৰ বিবেচনা কৰাৰ বাবে কোনো আবেদন জনোৱা নাই।

এখন সংবাদমেলত এই কথা প্ৰকাশ কৰিছে পাকিস্তানৰ অতিৰিক্ত এটৰ্নী জেনেৰেল আহমদ ইৰফানে।

ছাৰ্কৰ পাকিস্তান কাৰ্যালয়ৰ শীৰ্ষ বিষয়া জাহিদ হাফিজ চৌধুৰীৰ উপস্থিতিত ইৰফানে কয় যে পাকিস্তানে কুলভূষণ যাদৱক মৃত্যুদণ্ডৰ আদেশ পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনাবলৈ কৈছিল যদিও তেওঁএই বিষয়ত কোনো আগ্ৰহ দেখুওৱা নাই।

উল্লেখ্য ২০১৬ চনত কুলভূষণ যাদৱক পাকিস্তানে বালুচিস্তানৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি কৈ আহিছে যদিও ভাৰতৰ মতে তেওঁ সেই সময়ত ইৰাণতহে আছিল।

গ্ৰেপ্তাৰৰ এবছৰ পিছতেই পাকিস্তানৰ সেনাৰ আদালতে কুলভূষণ যাদৱক চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ডতে দণ্ডিত কৰে।

পাক চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে ভাৰতে ইন্টাৰনেছনেল কোৰ্ট অৱ জাষ্টিছৰ কাষ চপাত ইন্টাৰনেছনেল কোৰ্ট অৱ জাষ্টিছে বিগত বৰ্ষৰ জুলাই মাহত কুলভূষণ যাদৱক মৃত্যুদণ্ডৰ আদেশ পুনৰ বিবেচনা কৰাৰ বাবে আবেদন জনোৱাৰ সুযোগ দিবলৈ কৈছিল।

ইৰফানৰ মতে ১৭ জুনত কুলভূষণ যাদৱক তেনে আবেদন জনাবলৈ কোৱা হৈছিল যদিও তেওঁ ইচ্ছা প্ৰকাশ নকৰিলে।

এয়া হয়তো পাকিস্তানৰ মিথ্যাচাৰ হ’ব পাৰে।

Recent News

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd