• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি বৰপেটাৰ তিনিগৰাকী হেভিৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 5, 2019 3:36 pm

1 min read

Barpeta LS candidate
1.8k
VIEWS
Share on FacebookShare on Twitter

অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা ৰাজ্যৰ অন্যতম সমষ্টি ৬নং বৰপেটা লোকসভা সমষ্টিৰ বাবে আজি তিনিজনকৈ হেভিৱেইট প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন দাখিল কৰিব।

অগপ-বিজেপিৰ মিত্ৰজোঁটৰ হৈ অগপ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে আজি নিজৰ মনোনয়ন দাখিল কৰিব।

অগপ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰাৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা, বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী প্ৰমুখ্যে কেইবাগৰাকীও অগপ আৰু বিজেপিৰ নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকেও আজি মনোনয়ন দাখিল কৰিব। জানিব পৰা মতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিলৰ সময়ত বিশাল সমদল উলিয়াব। আৰু তেওঁৰ লগত থাকিব অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মী।

ইফালে আজিৰ দিনটোতে এ আই য়ু ডি এফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামেও অসংখ্য সমৰ্থকৰ উপস্থিতিত মনোনয়নপত্ৰ দাখিল কৰিব বুলি দলীয় সূত্ৰই জানিবলৈ দিয়ে। মনোনয়ন দাখিলৰ সময়ত এ আই য়ু ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ লগতে আন বহুতো বিধায়ক উপস্থিত থকাৰ সম্ভাৱনা আছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd