• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত টি কে কোম্পানীৰ প্ৰৱেশ পথত শ্ৰমিকৰ প্ৰতিবাদ সাৱ্যস্ত

বিদুৎ জ্যোতি বৰা by বিদুৎ জ্যোতি বৰা
September 4, 2018 6:29 am
chamaguri tea estate.docx photo

চামগুৰিৰ টি কে কোম্পানীত চাহ শ্ৰমিকৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

113
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ  চামগুৰি সমষ্টিৰ  ভেলেউগুৰিস্থিত টি কে কোম্পানীত সোমবাৰে ক্ষুব্ধ শ্ৰমিকে প্ৰাপ্য মজুৰি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা মতে সোমবাৰে দুপৰীয়া কোম্পানীটোৰ প্ৰৱেশ পথত বাহ বান্ধি, শুই-বহি সহস্ৰাধিক শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিগত পাচঁ মাহ ধৰি পাৰিশ্ৰমিক নোপোৱাৰ ক্ষোভতেই শ্ৰমিক সকলে কোম্পানীটোৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাৱ্যস্ত কৰে বুলি জানিব পৰা গৈছে ।

কিছুদিন পূৰ্বে টি কে কোম্পানীয়ে নগাঁৱৰ উৰিয়া গাঁৱৰ পৰা চামগুৰিৰ গটংগা লৈকে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ নিৰ্মাণৰ কাম আন এটা কোম্পানীক অৰ্পণ কৰিছে বুলি জানিব পাৰি শ্ৰমিকসকলে এই দৰে প্ৰাপ্য পাৰিশ্ৰমিক আদায় দিয়াৰ দাবীত কোম্পানীটোৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰা দেখা যায়।

উল্লেখযোগ্য যে যোৱা ৩১ আগষ্টত অসম চৰকাৰৰ উদ্যোগ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে আদিবাসী চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকা বৃদ্ধিৰ দাবীত আন্দোলন কৰা সংগঠন সমূহৰ ওপৰত কৰা এক বিতৰ্কিত মন্তব্য আৰু শ্ৰমিকৰ মজুৰি ৩৫০ টকা বৃদ্ধি কৰাটো অসম্ভৱ বুলি কোৱা মন্তব্যৰ প্ৰতিবাদত আছাৰ নগাঁও জিলা সমিতিয়ে  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল।

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd