DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সতীৰ্থক গ্ৰেপ্তাৰঃ ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰতিবাদ বীৰ লাচিত সেনাৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
August 5, 2022 7:51 pm
102
VIEWS
Share on FacebookShare on Twitter

ঐতিহাসিক ৰংঘৰৰ সন্মুখত প্ৰতিবাদ বীৰ লাচিত সেনাৰ

বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ।

মাৰ্ঘেৰিটাৰ এচডিঅপি আৰু তিনিচুকীয়া থানাৰ অ’চিৰ প্ৰতিমূৰ্তি ঐতিহাসিক ৰংঘৰৰ সন্মুখত দাহ কৰে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে।

উল্লেখ্য যে ২ আগষ্টত বীৰ লাচিত সেনাৰ ডিগবৈ আঞ্চলিক সমিতিয়ে ড্ৰাগছৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল। উক্ত প্ৰতিবাদী সমদল আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে ১২ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল।

ইয়াৰোপৰি বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰীক বুকুত ধৰি গতিয়াই থানাৰ ভিতৰলৈ নিয়াৰ লগতে এনকাউন্টাৰৰ ভাবুকি প্ৰদান কৰিছিল বুলি অভিযোগ কৰে বীৰ লাচিত সেনাই।

মাৰ্ঘেৰিটাৰ এচডিপিঅ আৰু তিনিচুকীয়া থানাৰ অ’চিৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে আজি শিৱসাগৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাই।

অৱশ্যে আৰক্ষীয়ে আটক কৰা আটাইকেইগৰাকী প্ৰতিবাদকাৰীকে পিছদিনাই আদালতে মুকলি কৰি দিয়ে।

Recent News

CBI raids Manish Sisodia

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd