DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

লাহোৱাল, নাহৰকটীয়া আৰু হাইলাকান্দিৰ বিধায়ক ক’ভিড-১৯ত আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2020 4:01 pm
ঋতুপৰ্ণ বৰুৱা (বাওঁফালে থকা জন ) আৰু নৰেন সোণোৱাল (সোফালে থকা জন)

ঋতুপৰ্ণ বৰুৱা (বাওঁফালে থকা জন ) আৰু নৰেন সোণোৱাল (সোফালে থকা জন)

192
VIEWS
Share on FacebookShare on Twitter

৩১ আগষ্টৰ পৰা চাৰি দিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া অসম বিধানসভাৰ অধিৱেশনৰ পূৰ্বে ক’ৰ’না ৰেপিড টেষ্টত আজি পুনৰ তিনিজন বিধায়কৰ ক’ৰ’না ৰিপ’ৰ্ট পজিটিভ আহিছে।

এই ৰেপিড টেষ্টৰ ৰিজাল্টত লাহোৱালৰ বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱা, নাহৰকটীয়াৰ অগপ বিধায়ক নৰেন সোণোৱাল আৰু হাইলাকান্দিৰ এ আই য়ু ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ আক্ৰান্ত হয়।

উল্লেখ্য যে এই পৰ্যন্ত ৰাজ্যখনৰ ২২ গৰাকী বিধায়ক ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনায়।

হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ।

শনিবাৰৰ দিনটোত মন্ত্ৰী চুম ৰংহাঙৰ উপৰি হাফলঙৰ বিধায়ক বীৰ বাহাদুৰ হাগজাৰ ক’ৰ’নাত আক্ৰান্ত হয়। আটাইকেইগৰাকী বিধায়ককে জি এম চি এইচ্চত ভৰ্তি কৰোৱা হৈছে।

সোমবাৰৰ পৰা চাৰি দিনলৈ চলিবলগীয়া বিধানসভাৰ বিশেষ অধিৱেশনৰ পূৰ্বে দেওবাৰে আবেলি মন্ত্ৰী-বিধায়কসকলৰ ক’ৰ’না টেষ্ট সম্পন্ন কৰা হ’ব।

শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ চৌহদত কোৰোণা মহামাৰীৰ ৰেপিড টেষ্ট।

প্ৰতিটো দলৰ পৰা কম সংখ্যক বিধায়কৰ উপস্থিতিৰে অনুষ্ঠিত কৰিবলৈ ওলোৱা বিধানসভা অধিৱেশনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে চলোৱা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd