• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বেলেগৰ ইজ্জত লৈ আজি তেওঁ সাংসদ হৈছে, টকা-প‌ইচা গোটাইছে’; কোনে কাক উদ্দেশ্যি ক’লে এই কথা?

কাজি জেইদুল ইছলাম, বিশ্বনাথ by কাজি জেইদুল ইছলাম, বিশ্বনাথ
November 25, 2021 3:12 pm
Lakshmi Orang

চাহ জনজাতিৰ অধিকাৰৰ বাবে মাত মাতি নিৰ্যাতনৰ বলি হোৱা লক্ষ্মী ওৰাং। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেলেগৰ ইজ্জত লৈ আজি তেওঁ সাংসদ হৈছে, টকা-প‌ইচা গোটাইছে। কিন্তু আজিলৈকে এদিনো মোৰ খবৰ লোৱা নাই। মোক লৈ তেওঁ সাংসদ হৈছে, বিধায়ক হৈছে এটা সময়ত। নিজৰ চিটটো বচাবলৈ মনে মনে বহি আছে , সুখ দুখৰ কথা বুজি নাপায়। আমি সংবিধানত থকা মতে ST বিচাৰিছো‌। এই প্ৰচণ্ড ক্ষোভ এগৰাকী ভূক্তভোগী মহিলাৰ।

সমগ্ৰ দেশ জোঁকাৰি যোৱা ২০০৭ চনৰ ২৪ নম্বেৱৰ দিনটোতে জনজাতিকৰণ দাবী কৰিব গৈ প্ৰাপ্য বিচাৰি গুৱাহাটীৰ বেলতলাত বিবস্ত্ৰা হৈ নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হৈছিল লক্ষ্মী ওৰাং৷ বিশ্বৰ আগত লজ্জিত হ’ব লগা হৈছিল সমগ্ৰ দেশবাসী।

সেই তাৰিখৰ পৰাই এই দিনটো আদিবাসী অধিকাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে আৰু এইবাৰো  প্ৰায় ৫০০০ গচতকৈও অধিক বন্তি জ্বলাই জাতিৰ বাবে শ্বহীদ হোৱা সকললৈও শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷

Apply Now

Also Read: Babu Bhaiya বিশ্বৰ কোটি কোটি অনুৰাগীৰ মৰম বুটলিবলৈ সক্ষম হোৱা বাবু ভাইয়া শিৱসাগৰৰ ৰাজপথত

কিন্তু এই অনুষ্ঠানতে ক্ষোভৰ বৰ্হিঃপ্ৰকাশ ঘটে ভূক্তভোগী লক্ষ্মী ওৰাঙৰ। বেলতলা কাণ্ডৰ সময়ছোৱাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নয়নৰ মণি হিচাপে খ্যাত পল্লৱ লোচন দাসে লক্ষ্মী ওৰাঙৰ নাম লৈ ৰাজনৈতিক জীৱনৰ পাতনি মেলাৰ পিছত এতিয়া লক্ষ্মী ওৰাঙৰ খবৰ লবলৈ তেওঁৰ সময় নাই।

আনকি বুজি নাপায় চাহ শ্ৰমিক তথা আদিবাসী সকলৰ সুখ দুখৰ কথা বৰ্তমানৰ সাংসদ জনে। ছাত্ৰ সংগঠনক নেতৃত্ব দি লক্ষ্মী ওৰাঙৰ আলম লৈ ৰাজনৈতিক জীৱনৰ সোণালী দলিচাত খোজ দিয়া সাংসদ পল্লৱ লোচনে আজি পাহৰিলে লক্ষ্মী ওৰাঙৰ কথা,পাহৰিলে ন্যায় প্ৰদানৰ বাবে মাত দিবলৈ।

আদিবাসী সকলৰ বাবে মাত মাতিবলৈ গৈ সমগ্ৰ দেশ জোঁকাৰি যোৱা বেলতলা কাণ্ডৰ ১৪ টা বছৰ অতিক্ৰম কৰাৰ পিছতো ন্যায় নাপালে নিৰ্যাতিত হ’ব লগা লক্ষ্মী ওৰাঙে, কংগ্ৰেছ চৰকাৰে হ‌ওক অথবা বিজেপি চৰকাৰে হ‌ওক নিদিলে জনজাতিৰ কৰণৰ মৰ্যাদা।

Also Read: পুনৰ আৰম্ভ হ’ব ‘কা’ৰ বিৰুদ্ধে ৰাজপথত আন্দোলন;ঘোষণা লুৰীণজ্যোতি গগৈৰ

প্ৰতিবাদৰ কণ্ঠ বুজি পোৱা এসময়ৰ ছাত্ৰ নেতা আৰু বৰ্তমান তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে বুজি নাপায় এতিয়া প্ৰতিবাদী কণ্ঠ। মাত মতা নাই জনজাতিকৰণৰ বাবে, চাহ শ্ৰমিক সকলৰ বাবে বৃদ্ধি কৰিব লগা দিন হাজিৰাৰ বাবে। ফলত ক্ষোভিত হৈ পৰিছে লক্ষ্মী ওৰাং ৷ আৰু ক্ষোভৰ বৰ্হিঃপ্ৰকাশ ঘটাই এইদৰে তুলাধূনা দিয়ে বৰ্তমানৰ সাংসদ পল্লৱ লোচন দাসক ৷ 

কাজি জেইদুল ইছলাম, বিশ্বনাথ

কাজি জেইদুল ইছলাম, বিশ্বনাথ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd