• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভূমি বিবাদ : পঞ্চায়তৰ মধ্যস্থতাকাৰী সভাতে সংঘৰ্ষ; পিতা-পুত্ৰ নিহত, কেবাজনো আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2020 8:28 pm
index.jpg1

প্ৰতিকী চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগী আদিত্যনাথ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত পুনৰ ভূমি বিবাদকলৈ হোৱা সংঘৰ্ষত নিহত হৈছে দুই পিতা-পুত্ৰ।

মৃত লোক দুজনৰ নাম হৈছে দয়াশংকৰ মিশ্ৰ আৰু তেওঁৰ পুত্ৰ আনন্দ মিশ্ৰ।

Apply Now

ঘটনাৰ বিৱৰণী অনুসৰি উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাৰ ৰাণীগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত শেখৰপুৰ গাঁৱত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড।

শেখৰপুৰ নিৱাসী দয়াশংকৰ মিশ্ৰ আৰু চন্দ্ৰমিণ মিশ্ৰ নামৰ দুজন ব্যক্তিৰ মাজত কিছুদিনৰ পৰা ভূমি বিবাদ চলি আহিছিল।

দুই ব্যক্তিৰ মাজৰ ভূমি বিবাদ মীমাংসা কৰাৰ বাবে দুই পক্ষৰ আইনজীৱীৰ পৰাৰ্মশ ক্ৰমে পঞ্চায়তৰ উদ্যোগত এখন মধ্যস্থাকাৰী সভা অনুষ্ঠিত হয়।

সভা চলি থকা অৱস্থাতে হঠাতে দুয়োপক্ষৰ মাজত কাজিয়া সূত্ৰপাত হয় আৰু বাঁহৰ লাঠিৰে দুয়োপক্ষৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ চলে।

এই আক্ৰমণত দয়াশংকৰ মিশ্ৰ আৰু তেওঁৰ পুত্ৰ আনন্দ মিশ্ৰ নিহত হোৱাৰ লগতে দুয়ো পক্ষৰ কেবাজনো লোক আহত হৈছে।

ইফালে আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ইটো পক্ষৰ চন্দ্ৰমণি মিশ্ৰক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে ইতিমধ্যে দয়াশংকৰ মিশ্ৰ আৰু আনন্দ মিশ্ৰৰ হত্যাৰ অভিযোগত চন্দ্ৰমণি মিশ্ৰৰ পুত্ৰ আৰু নাতিয়েক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে পঞ্চায়তৰ সভাত দুয়োটা পক্ষৰ মাজত কেনেকৈ কাজিয়াৰ সূত্ৰপাত হ’বলৈ পালে তাকেলৈ প্ৰশ্নৰ উদ্ৰেক হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে পঞ্চায়তৰ সভাৰ সম্পৰ্কে স্থানীয় আৰক্ষী থানাক অৱগত কৰা নাছিল।

ইতিমধ্যে স্থানীয় আৰক্ষী থানাৰ উপ-পৰিদৰ্শকসহ তিনিজন আৰক্ষীক কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

উল্লখ্যে যে, কিছুমাহ পূৰ্বে উত্তৰ প্ৰদেশত ভূমি বিবাদক কেন্দ্ৰ কৰি এটা পৰিয়ালৰ লোকে আন এটা পৰিয়ালৰ দুজন লোকক গুলীয়াই হত্যা কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd