• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত পুনৰ ভূমিস্খলন, এজন নিহত; পাহাৰ খননত নিষেধাজ্ঞা জাৰি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 10, 2019 3:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইকেইদিন হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত মহানগৰীত সংঘটিত হৈছে ভুমিস্খলনৰ ঘটনা। মঙলবাৰে যোৰাবাটত ভূমিস্খলনৰ ফলত এজন লোক আহত হোৱাৰ পিছত আজি পুনৰ গুৱাহাটীৰ গড়চুকত সংঘটিত এক ভূমিস্খলনৰ ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাব লগা হয়।

নিহত লোকজনক গড়চুকৰ কটাহবাৰীৰ বেথানি পাহাৰৰ নাৰায়ণ চাহ বুলি চিনাক্ত কৰা হৈছে।

Apply Now

প্ৰাপ্ত তথ্য মতে নেৰা নেপেৰা বৰষুণৰ ফলত আজি পুৱা ৯ মান বজাত পাহাৰৰ পৰা বৃহৎ আকাৰৰ শিল খহি আহি নাৰায়ণ চাহৰ বাসগৃহত পৰে। ফলত ঘৰৰ ভিতৰত থকা চাহ গুৰুতৰভাৱে আহত হোৱাত তেওঁক সংকটজনক অৱস্থাত জি এম চি এইচলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আনহাতে বৰ্তমানেও বেথানি পাহাৰৰ পৰা শিল খহি আছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই গুৱাহাটী পাহাৰীয়া অঞ্চলসমূহৰ ৰাইজক অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে যোৱা দুটা দিনত গড়চুক, যোৰাবাটৰ উপৰি দীপৰবিল, অমিয়ানগৰ আদিকে ধৰি মহানগৰীৰ কেইবাঠাইত ভূমিস্খলন সংঘটিত হৈছে। অমিয়ানগৰত হোৱা ভূমিস্খলনৰ ফলত জি এম ডিৰ মুখ্য পথটো বেয়াকৈ খহি পৰিছে।

অমিয়ানগৰ পথ

স্থানীয় একাংশ লোকে কৰা অভিযোগ মতে কিছুদিন পূৰ্বে কোনো ব্যৱসায়ীয়ে অবৈধভাৱে পাহাৰটোত খনন কাৰ্য চলোৱা ফলতে এনে ঘটনা সংঘটিত হ’ল।

দুটাকৈ ভূমিস্খলনৰ ঘটনাৰ পিছতে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে বৰষুণ বন্ধ নোহোৱা পৰ্যন্ত পাহাৰ খনন বন্ধ ৰাখিবলৈ জাননী জাৰি কৰে। এইক্ষেত্ৰত প্ৰত্যেক ৰাজহ চক্ৰ বিষয়াক তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে জিলা দণ্ডাধীশে।

উল্লেখযোগ্য যে আজিৰ ঘটনাত সৌভাগ্যক্ৰমে নিহত নাৰায়ণ চাহৰ পত্নী আৰু একমাত্ৰ পুত্ৰ ৰক্ষা পৰে। অৱশ্যে ঘৰটো ভাঙি পৰাত তেওঁলোক এতিয়া ক’ত থাকিব সেই সংক্ৰান্তত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি চাহৰ পত্নীয়ে অভিযোগ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd