DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

বিস্ফোৰণেৰে ই ভি এম কঢ়িওৱা হেলিকপ্তাৰ উৰুৱাই দিয়াৰ পৰিকল্পনা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2019 10:48 am
explosive found in Arunachal

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

1.9k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবত নিৰ্বাচনৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ত মুঠ ২৫ খন আসনৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰাৰ পাছত এতিয়া আৰম্ভ হৈছে ই ভি এম কেন্দ্ৰীক ৰাজনীতি।

দেওবাৰে নিশা তেজপুৰৰ ই ভি এম মেচিন গুৱাহাটীৰ আমিনগাঁৱলৈ লৈ অহাৰ বিতৰ্ক মাৰ নৌযাওতে অৰুণাচল প্ৰদেশত চৰ্চিত হৈছে ই ভি এম কেন্দ্ৰীক আন এটা বিতৰ্কই।

লগতে পঢ়ক:তেজপুৰৰ পৰা আমিনগাঁওলৈ নিশা কিয় কঢ়িয়াই অনা হ’ল ইভিএম? : প্ৰশ্ন কংগ্ৰেছৰ

তথ্যৰ পৰা লাভ কৰা খবৰ অনুসৰি, অৰুণাচল প্ৰদেশৰ ১৭ টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পুনৰ ভোটগ্ৰহণৰ ই ভি এম মেচিন সমূহ হেলিকপ্তাৰেৰে কঢ়িয়াই নিব লগা হেলিকপ্তাৰ অবতৰণ কৰিবলগীয়া হেলিপেডত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। অৰুণাচল প্ৰদেশৰ ক’ল’ৰিয়ঙত সংঘটিত হয় এই ঘটনা।

স্থানীয় নাগৰিকে অভিযোগ কৰা মতে ই ভি এম সমূহ বোমাৰে উৰুৱাই দিয়াৰ লক্ষ্যৰে বিস্ফোৰক পদৰ্থসমূহ হেলিপেডত স্থাপন কৰা হৈছিল। হেলিপেডত বিস্ফোৰক পদাৰ্থসমূহ উদ্ধাৰ হোৱাৰ পাছতে উত্তেজিত জনতাই কুৰুং কুমে জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ঘেৰাও কৰি ঘটনাৰ তদন্তৰ দাবী জনাই।

উল্লেখোযগ্য যে, অসমত শনিবাৰে নিশা তেজপুৰৰ পৰা গুৱাহাটীৰ আমিনগাঁৱলৈ কোনো ৰাৰজনৈতিক দলক অবগত নকৰাকৈ ই ভি এম  অনাক কেন্দ্ৰ কৰি কংগ্ৰেছে শাসক বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগক অভিযোগ দি সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছিল।

:

Recent News

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd