• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰঙৰ মাদ্ৰাছাত বস্তাই বস্তাই ওলাল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল

Mayukh Goswami ময়ূখ গোস্বামী
মঙলদৈ , August 19, 2019 10:10 pm

1 min read

20190819_191611

ফটো : নর্থ-ইষ্ট নাও

489
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে সৰ্বসাধাৰণ লোকৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত যোগান ধৰা চাউল ক’লা বজাৰত বিক্ৰী হৈ অহা বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে আজি দৰং জিলাৰ দলগাঁও আৰক্ষীয়ে অঞ্চলটোৰ এখন মাদ্ৰাছাৰ পৰা বৃহৎ পৰিমাণৰ চাউল জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত চাউলখিনি অবৈধভাৱে বিক্ৰীৰ বাবে মাদ্ৰাছাখনত মজুত কৰি ৰখা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

জানিব পৰা মতে এই বৃহৎ পৰিমাণৰ চাউলখিনি আজি এখন অটো পিক আপ ভেনৰ সহায়েৰে দলগাঁও মাদ্ৰাছালৈ আনি তাত মজুত কৰিছিল।

একাংশ স্থানীয় সচেতন লোকে এই কথা গম পাই মাদ্ৰাছাত প্ৰৱেশ কৰি ঘটনাৰ অনুসন্ধান চলোৱাত ৫০ কিলোগ্ৰাম ওজনৰ ২৬টা চাউলৰ বস্তা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগে লগে ঘটনাৰ সবিশেষ আৰক্ষীক জনোৱাত মাদ্ৰাছাখনত আৰক্ষীৰ লোক উপস্থিত হৈ অবৈধভাৱে মজুত কৰা চাউলখিনি জব্দ কৰে।

উল্লেখ্য যে দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণ সমবায় সমিতিৰ একাংশ সদস্যই সাধাৰণ গৰীব শ্ৰেণীৰ লোকৰ নামত আবণ্টিত এই চাউল সমূহ বিভিন্ন কৌশলেৰে ক’লা বজাৰত বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন কৰে।

আনহাতে এনেবোৰ বৃহৎ কেলেংকাৰিৰ কথা পোহৰলৈ অহাৰ পিছতো বিভাগীয় বিষয়া সকলে সকলো কৌশলেৰে নিয়ন্ত্ৰণ কৰি সাৰি যাবলৈ সক্ষম হয় বুলিও স্থানীয় লোকে মন্তব্য কৰে।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd