• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহোমৰ অন্তিমগৰাকী স্বৰ্গদেউৰ পৰিনাতি ৰাজকুমাৰ অজিত নাৰায়ন সিংহৰ পৰলোক

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
August 20, 2018 10:10 am
Rajkumar-Ajit-Narayan-Singha-570x320

ৰাজকুমাৰ অজিত নাৰায়ন সিংহ।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহোম সাম্ৰাজ্যৰ অন্তিমগৰাকী স্বৰ্গদেউ পুৰন্দৰ সিংহৰ বংশধৰ এগৰাকী সুপৰিচিত লেখক ৰাজকুমাৰ অজিত নাৰায়ন সিংহৰ দেওবাৰে নিশা প্ৰায় ৮-৩০ বজাত গুৱাহাটীৰ এছ কে ভূঞা পথত থকা তেওঁৰ পুত্ৰ গৃহত পৰলোকপ্ৰাপ্তি ঘটে।

আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ পৰিনাতি যোৰহাট নগৰৰ (১ নম্বৰ) তথা গড়মূৰ মৌজাৰ মৌজাদাৰ সিংহই দীৰ্ঘদিন ধৰি বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ।

Apply Now

বিভিন্ন সামাজিক সংগঠনৰ সৈতে জড়িত হৈ থকা সিংহ হ’পলাইনৰ অধ্যক্ষ তথা প্ৰধান কাৰ্যবাহী আছিল। এই সংস্থাটোৱে অন্যান্য কামৰ লগতে গৃহ শ্ৰমিকসকলৰ শিশুসকলক শিক্ষা প্ৰদানত সহায় কৰিছিল।

সিংহই লগতে নিগাজী হৈ বাস কৰা তথা থাইলেণ্ডত শাসন চলোৱা তাই আহোমৰ আন এটা শাখাৰ সৈতে সম্পৰ্কিত হৈ আছিল আৰু সেই দেশখনৰ পৰা অহা এটা প্ৰতিনিধি দলে এবাৰ তেওঁক সাক্ষাতো কৰিছিল।

ইলি চিনেমা হলৰ কাষত থকা তেওঁৰ পৈতৃক ঘৰটোত বাস কৰা সিংহ দৈনিক জনমভূমি কাকতৰ এগৰাকী প্ৰসিদ্ধ স্তম্ভলেখক আছিল।

মৃত্যুৰ সময়ত সিংহই পত্নীৰ উপৰিও এজন পুত্ৰ, এজনী কন্যা, দুজনী জ্যেষ্ঠ ভগ্নী, দুজন কনিষ্ঠ ভাতৃ আৰু বহুসংখ্যক আত্মীয়ক এৰি থৈ যায়।

সোমবাৰে গুৱাহাটীত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।

সিংহ আহোম ৰাজ বংশৰ তুংখুঙীয়া ফৈদৰ বংশধৰ আছিল আৰু পৰিয়ালটোৱে ব্ৰিটিছে উনবিংশ শতিকাত অসমত ৰাজহ ব্যৱস্থা আৰম্ভ কৰাৰে পৰা যোৰহাট নগৰৰ মৌজাদাৰৰ দায়িত্ব বহন কৰি আহিছে। তেওঁৰ মৃত্যুত সৰ্বত্ৰ শোকৰ ছাঁ পৰিছে।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm
দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

August 24, 2026 6:49 pm
ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

ভিক্ষা কৰিয়েই কটালে জীৱন! মৃত্যুৰ পাছত বৃদ্ধাৰ কোঠাত উদ্ধাৰ ৮.৪০ লাখ টকা

August 24, 2026 6:03 pm
ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

ৰামদেৱ আৰু কংগনাৰ বাক যুদ্ধ : কংগনাক কি উত্তৰ দিলে বাবা ৰামদেৱে?‎

August 24, 2026 5:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm
দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

দেশৰ ৫২ গৰাকী সুন্দৰীক পিছ পেলাই ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট পিন্ধিলে কেৰেলামৰ কেজিয়া লিজ মেজোৱে

August 24, 2026 6:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd